---Advertisement---

বিজ্ঞানৰ সাধাৰণ জ্ঞান | Science GK in Assamese language

By DAINIK SAKORI

Updated On:

---Advertisement---

বিজ্ঞানৰ সাধাৰণ জ্ঞান | Science GK in Assamese language 

বিজ্ঞানৰ সাধাৰণ জ্ঞান | Science GK in Assamese language
বিজ্ঞানৰ সাধাৰণ জ্ঞান

1.জীৱাশ্ম ইন্ধন কি কি?

উত্তৰ:- কয়লা আৰু পেট্ৰলিয়াম।

2.জীৱাশ্ম কি শিলত পোৱা যায়?

উত্তৰ:- গেদীয় শিলত।

3.গড় হিচাপে পৃথিৱীৰ খোলাটো ডাঠ কিমান?

উত্তৰ:- ৩৫ কিঃ মিঃ।

4.তাম (Bronze) ধাতুত থকা মৌলৰ দুটাৰ নাম কি?

উত্তৰ:- কপাৰ আৰু টিন।

5.মানুহে আৱিস্কাৰ কৰা প্ৰথম ধাতুটো কি?

উত্তৰ:- কপাৰ।

6.লো আহৰণ কৰা আকাৰটো কি?

উত্তৰ:- হেমেটাইট।

7.কয়লা খনিত থকা গেছটোৰ নাম কি?

উত্তৰ:- মিথেন।

8.বায়ু গেছত থকা গেছটো নাম কি?

উত্তৰ:- মিথেন।

9.আটাইতকৈ কঠিন পদাৰ্থ কি?

উত্তৰ:- হীৰা।

10.কাঁচ কিহেৰে কাটিব পাৰি?

উত্তৰ:- হীৰাৰে।

11.হীৰাৰ প্ৰতিসৰণাংক কিমান?

উত্তৰ:- ২.৪।

12.কাপোৰ ধোৱা চোডা কিহেৰে তৈয়াৰী?

উত্তৰ:- ছডিয়াম বায়’কাৰ্বনেট।

13.বায়ুত থকা CO2 ৰ পৰিমাণ কিমান?

উত্তৰ:- ০.১%।

14.হাইড্ৰোকাৰ্বনত থকা মৌল দুটাৰ নাম কি?

উত্তৰ:- কাৰ্বন আৰু হাইড্ৰ’জেন।

15.প্ৰাকৃতিক গেছত থকা হাইড্ৰ’কাৰ্বনটোৰ নাম কি?

উত্তৰ:- মিথেন।

16.LPG ত থকা হাইড্ৰ’কাৰ্বনৰ নাম কি?

উত্তৰ:- প্ৰপেন আৰু বিউটেন।

17.এটা কাৰ্বনৰ অণুত কিমানটা কাৰ্বন পৰামাণু থাকে?

উত্তৰ:- ৬ টা বা তাতকৈ অধিক।

18.পানী গেছত থকা পদাৰ্থ দুটা নাম কি?

উত্তৰ:- হাইড্ৰ’জেন আৰু কাৰ্বন মন’ক্সাইড।

19.উদ্ভিদে কিহৰ সহায়ত খাদ্য তৈয়াৰ কৰে?

উত্তৰ:- পাতৰ সহায়ত।

20.ভিটামিন ‘C’ ৰ অভাৱত কি ৰোগে দেখা দিয়ে?

উত্তৰ:- স্কাৰ্ভি।

21.কোনজন ভাৰতীয়ই পদাৰ্থবিজ্ঞানত  ন’বেল বঁটা লাভ কৰিছিল?

উত্তৰ:- এচ. চন্দ্ৰশেখৰ।

22.ভাৰতত উৎক্ষেপন কৰা প্ৰথম কৃত্ৰিম উপগ্ৰহটো নাম কি?

উত্তৰ:- এপ’ল’।

23.মানুহৰ শৰীৰৰ মুঠ হাড়ৰ সংখ্যা কিমান?

উত্তৰ:- ২০৬ ডাল।

24.বেকিং ছ’ডা কি?

উত্তৰ:- ছ’ডিয়াম বাইকাৰ্বনেট।

25.মানুহৰ শৰীৰত থকা বৃক্ক কাম কি?

উত্তৰ:- তেজ শোধন কৰা।

26.পেনিচেলিন কোনে আৱিস্কাৰ কৰিছিল?

উত্তৰ:- আলেকজেণ্ডাৰ ফ্লেমিং।

27.সাধাৰণতে মানুহৰ ব্লাড পেছাৰ কিমান থাকিব লাগে?

উত্তৰ:- ১২০/৮০।

28.ভিটামিন ‘A’ আটাইতকৈ ক’ত বেছি পোৱা যায়?

উত্তৰ:- গাজৰত।

29.কি গেছত পানী বিশুদ্ধ কৰা হয়?

উত্তৰ:- ক্লৰিণ গেছ।

30.উষ্ণতাৰ SI একক কি?

উত্তৰ:- কেল’ভিন।

31.কোনবিধ উদ্ভিদৰ পৰা মেলেৰিয়া জ্বৰৰ ঔষধ আহৰণ কৰা হয়?

উত্তৰ:- সিনকোনা।

32.উদ্ভিদৰ বাবে আটাইতকৈ লাগতিয়াল মৌলটো নাম কি?

উত্তৰ:- নাইট্ৰ’জেন।

33.শুকান বৰফ কি?

উত্তৰ:- গোটা কাৰ্বন-ডাই-অক্সাইড।

34.কেতেৰেক ৰোগ মানুহৰ কোন অংগত হয়?

উত্তৰ:- চকুত। 

35.ৰেডিয়াম কিহৰ পৰা আৱিস্কাৰ কৰা হয়?

উত্তৰ:- পিছব্লেণ্ড।

36.কুইক ছিলভাৰ কোন ধাতুৰ নাম?

উত্তৰ:- পাৰা।

37.পৃথিৱীৰ মাধ্যাকৰ্ষণিক ত্বৰণ কিমান?

উত্তৰ:- ৯. ৮১ ছেঃ মিঃ।

38.সূৰ্যৰ অতিশয় উত্তপ্ত কেন্দ্ৰভাগক কি বোলে?

উত্তৰ:- আলোকমণ্ডল।

39.আলোকবৰ্ষ কিহৰ একক?

উত্তৰ:- মহাজাগতিক দূৰত্ব।

40.গাখীৰ দৈ হোৱাত সহায় কৰা এচিডটোৰ নাম কি?

উত্তৰ:- এচিটিক এচিড।

41.আটাইতকৈ পাতল গেছ কি?

উত্তৰ:- হাইড্ৰ’জেন।

42.মানুহৰ পিটুইটাৰি গ্লেন ক’ত থাকে?

উত্তৰ:- মগজুত।

43.মানুহৰ শৰীৰত থকা ডাঙৰ গ্ৰন্হিটো নাম কি?

উত্তৰ:- লিভাৰ।

44.মানুহৰ দেহৰ দীৰ্ঘতম হাড় ডাল কি?

উত্তৰ:- উৰুৰ হাড় বা উৰ্বস্হি।

45.তেজত থকা ধাতুটো নাম কি?

উত্তৰ:- লো।

46.মানুহৰ বেৰিবেৰি ৰোগ কি ভিটামিনৰ অভাৱত দেখা যায়?

উত্তৰ:- ভিটামিন ‘B’।

47.মেৰু আৰু ফকাছ বিন্দুৰ মাজৰ দূৰত্বক কি বোলে?

উত্তৰ:- ফকাছদৈৰ্ঘ্য।

48.লেনছৰ ক্ষমতাৰ একক কি?

উত্তৰ:- ডায়’পটাৰ।

49.পোহৰৰ গতিবেগ আটাইতকৈ ক’ত বেছি?

উত্তৰ:- শূণ্যত।

50.কৃত্ৰিম উপগ্ৰহত উৎক্ষেপনৰ্কায্যত ব্যৱহাৰ কৰা কোষটোৰ নাম কি?

উত্তৰ:- সৌৰকোষ।

51.চকুৰ কোনটো অংগ চিনেমাৰ কেমেৰাৰ লগত তুলনা কৰা হয়?

উত্তৰ:- ৰেটিনা।

যদি ওপৰৰ বিজ্ঞানৰ প্ৰশ্ন উত্তৰ সমূহ আপোনাৰ কোনো বন্ধু বা বান্ধৱীৰ বাবে সহায়ক হব বুলি ভাৱে তেওঁৰ লগত Share কৰিবলৈ নিশ্চয় নাপাহৰিব। ধন্যবাদ।

---Advertisement---

Leave a Comment