---Advertisement---
---Advertisement---

গুৰুত্বপূৰ্ণ অসমীয়া ভাষা আৰু সাহিত্যৰ লগত জড়িত কেইটামান প্ৰশ্নৰ উত্তৰ

By DAINIK SAKORI

Updated On:

---Advertisement---

গুৰুত্বপূৰ্ণ অসমীয়া ভাষা আৰু সাহিত্যৰ লগত জড়িত কেইটামান প্ৰশ্নৰ উত্তৰ

নমস্কাৰ।ইয়াত গুৰুত্বপূৰ্ণ অসমীয়া ভাষা আৰু সাহিত্যৰ (Important Literature Assamese GK quiz) লগত জড়িত কেইটামান প্ৰশ্নৰ উত্তৰ সমূহ দিয়া হৈছে।যদি প্ৰশ্নৰ উত্তৰ সমূহ আপোনাৰ কোনো বন্ধু বা বান্ধৱীৰ বাবে সহায়ক হব বুলি ভাৱে তেওঁৰ লগত Share কৰিবলৈ নিশ্চয় নাপাহৰিব।

গুৰুত্বপূৰ্ণ অসমীয়া ভাষা আৰু সাহিত্যৰ লগত জড়িত কেইটামান প্ৰশ্নৰ উত্তৰ সমূহ
Literature Assamese GK

Important Literature Assamese GK Question and Answer:

প্ৰশ্ন:বীৰেন্দ্র কুমাৰ ভট্টাচার্যই জ্ঞানপীঠ বঁটা লাভ উপন্যাসখনৰ নাম কি?

উত্তৰ: মৃত্যুঞ্জয়।

প্ৰশ্ন:শংকৰদেৱে শেষ বয়সত ৰচনা কৰা নাটখনৰ নাম কি?

উত্তৰ:ৰাম বিজয়।

প্ৰশ্ন:অংকীয়া নাটকত অংক কিমান থাকে?

উত্তৰ:১ টা।

প্ৰশ্ন:অংকীয়া নাটকত সুত্রধাৰৰ ভূমিকা থাকে নাটখনৰ ?

উত্তৰ:আৰম্ভণিৰ পৰা শেষলৈ

প্ৰশ্ন:মাধবদেৱৰ বিৰচিত ঝুমুৰাবােৰত চিত্রিত শ্রীকৃষ্ণৰ ৰূপটো কি?

উত্তৰ: শিশু কাল।

প্ৰশ্ন:চৰিত পুথিসমূহ কেতিয়া ৰচিত হৈছিল?

উত্তৰ: প্ৰাক শংকৰী যুগত।

প্ৰশ্ন:উষা পৰিণয় কাব্যখনৰ ৰচকজনৰ নাম কি?

উত্তৰ: পীতাম্বৰ।

প্ৰশ্ন:কুকুৰ নামৰ কবিতাটিৰ ৰচকজনৰ নাম কি?

উত্তৰ: অমূল্য বৰুৱা।

প্ৰশ্ন:কথা গীতা নামৰ গ্রন্থখনৰ ৰচক ভট্টদেব কোন যুগৰ আছিল?

উত্তৰ:শংকৰোত্তৰ যুগ।

প্ৰশ্ন:অসমীয়া সাহিত্যত বধকাব্যৰ কবিৰূপে কাক জনা যায়?

উত্তৰ:ৰাম সৰস্বতী।

প্ৰশ্ন:হস্তীবিদ্যার্ণব গ্রন্থ খনৰ ৰচক জনৰ নাম লিখা?

উত্তৰ: সুকুমাৰ বৰকাইথ।

প্ৰশ্ন:1846 চনত প্রকাশ পােৱা অসমীয়া বার্তা আলােচনীখন নাম কি?

উত্তৰ: অৰুণোদয়।

প্ৰশ্ন: জোনাকী আলােচনীখনৰ প্রথম প্রকাশৰ চন কিমান?

উত্তৰ:১৮৮৯ চনত।

প্ৰশ্ন:প্রথম অসমীয়া ৰোমান্টিক কবিতাটিৰ নাম কি?

উত্তৰ: বন কুঁৱৰী।

প্ৰশ্ন:চনেট কবিতাত মুঠ কিমান শাৰী থাকে?

উত্তৰ:১৪ শাৰী।

প্ৰশ্ন:পলস নামৰ কবিতাটিৰ ৰচকৰ নাম লিখা?

উত্তৰ: নৱকান্ত বৰুৱা।

প্ৰশ্ন:মামৰে ধৰা তৰোৱাল নামৰ উপন্যাসখনৰ ৰচকগৰাকীৰ নাম কি?

উত্তৰ: মামণি ৰয়ছম গোস্বামী।

প্ৰশ্ন:লভিতা নাটকখন কোনে ৰচনা কৰিছিল?

উত্তৰ: জ্যোতিপ্ৰসাদ আগৰৱালাই।

প্ৰশ্ন:অসমীয়া সাহিত্যত উপন্যাস সম্রাটৰূপে অভিহিত ঔপনাসিক গৰাকীৰ নাম কি?

উত্তৰ: ৰজনীকান্ত বৰদলৈ।

প্ৰশ্ন:অসমীয়া সাহিত্যৰ প্রথম লিখিত নিদর্শন কি?

উত্তৰ:প্ৰহ্লাদ চৰিত।

প্ৰশ্ন:প্রাকশংকৰী যুগৰ শ্রেষ্ঠ কবি গৰাকীৰ নাম কি?

উত্তৰ: মাধৱ কন্দলী।

প্ৰশ্ন:অসমীয়া নাট্য সাহিত্যৰ জনক কাক কোৱা হয়?

উত্তৰ: শংকৰদেৱ।

প্ৰশ্ন:অসমীয়া ভাষাত বিশিষ্ট স্বৰ ধ্বনিৰ সংখ্যা কিমান?

উত্তৰ:১১ টা।

প্ৰশ্ন:সত্যনাথ বৰাই ৰচনা কৰা অসমীয়া ব্যাকৰণখনৰ নাম কি?

উত্তৰ:বহল ব্যাকৰণ।

প্ৰশ্ন:অসমীয়া ভাষা কোনটো প্রাকৃতৰ পৰা উদ্ভৱ হােৱা বুলি কোৱা হয়?

উত্তৰ: মাগধী প্ৰাকৃত।

প্ৰশ্ন:ধাতুৰ পাছত কি প্ৰত্যয় যােগ হয়?

উত্তৰ: কৃৎ প্ৰত্যয়।

প্ৰশ্ন:‘Assamese, Its Formation and Development’ গ্ৰন্থখন কোনে ৰচনা কৰিছিল?

উত্তৰ: ড° বাণীকান্ত কাকতি।

প্ৰশ্ন:টুচু গীত কোনে পৰিৱেশন কৰে?

উত্তৰ:চাহ জনগোষ্ঠীয়ে।

প্ৰশ্ন: ঐনিতম কেতিয়া গােৱা হয়?

উত্তৰ:আলি আই লৃগাং উৎসৱত।

প্ৰশ্ন:অসমৰ কোনটো জনগােষ্ঠীৰ মাজত ডেকাসকলে বিবাহৰ পূর্বে ডেকা চাঙত থকাৰ প্রথা প্রচলিত আছিল?

উত্তৰ: ইয়াৰ উত্তৰ তলত comment কৰিব।

প্ৰশ্ন:তিৱাসকলৰ উল্লেখযােগ্য উৎসৱ নাম কি?

উত্তৰ:বৰত উৎসৱ।

প্ৰশ্ন:মন্দিৰ শব্দৰ অৰ্থ কি?

উত্তৰ: দেৱস্থান।

প্ৰশ্ন:অসমীয়া লােক প্রবাদমতে বসন্ত ৰোগৰ অধিষ্ঠাত্রী দেবী কোন হয়?

উত্তৰ:শীতলা দেৱী।

প্ৰশ্ন:প্রথম অসমীয়া গহীন সামাজিক নাটকখনৰ নাম কোৱা?

উত্তৰ:ৰাম নৱমী।

প্ৰশ্ন:অসমীয়া চুটি গল্পৰ জন্মদাঁতাৰ নাম লিখা?

উত্তৰ: লক্ষ্মীনাথ বেজবৰুৱা।

প্ৰশ্ন:প্রহ্লাদ চৰিত নামৰ পুথিখনৰ ৰচকজনৰ নাম কি?

উত্তৰ:হেম সৰস্বতী।

প্ৰশ্ন: প্রাকশংকৰী যুগৰ যুদ্ধ কাব্যৰ কবিৰূপে খ্যাত কবিজন নাম কি?

উত্তৰ:হৰিবৰ বিপ্ৰ।

প্ৰশ্ন:বিদেশ ভ্রমণৰ অভিজ্ঞতাৰ আধাৰত লিখিত ‘মেকং নৈ দেখিলাে’ গ্রন্থ খনৰ ৰচকৰ নাম কোৱা?

উত্তৰ:হেম বৰুৱা।

প্ৰশ্ন:সুদীর্ঘ দিন আৰু ঋতু নামৰ কাব্য পুথি খনৰ কবিগৰাকী নাম কি?

উত্তৰ:নিৰ্মলপ্ৰভা বৰদলৈ।

প্ৰশ্ন:জীৱনৰ বাটত নামৰ উপন্যাসখন কোনে ৰচনা কৰিছিল?

উত্তৰ: বীণা বৰুৱা।

প্ৰশ্ন:জোৰোণ কিহৰ লগত জড়িত?

উত্তৰ: অসমীয়া বিবাহৰ লগত।

প্ৰশ্ন:দৌল বা হােলী উৎসৱ কেতিয়া অনুষ্ঠিত হয়?

উত্তৰ:ফাগুন বা চত মাহত।

প্ৰশ্ন:অম্বুবাচী উৎসৱ কিহৰ লগত জড়িত?

উত্তৰ: বসুমতীৰ লগত।

প্ৰশ্ন:সতীদাহ প্ৰথা কোনে নিষিদ্ধ কৰিছিল?

উত্তৰ:লৰ্ড উইলিয়াম বেণ্টিংক।

প্ৰশ্ন:অসমীয়া ভাষাত নাসিক্য ব্যঞ্জনবর্ণৰ সংখ্যা কিমান?

উত্তৰ:৫ টা।

প্ৰশ্ন:ইংৰাজী ভাষাত প্রথম অসমীয়া (ভাষাৰ) ব্যাকৰণ ৰচনা কৰা ব্যক্তিজনৰ নাম কি?

উত্তৰ: উইলিয়াম ৰবিনচন।

প্ৰশ্ন:ফৰকান্তি উৎসৱ কোনে পালন কৰে?

উত্তৰ:ৰাভা সকলে।

প্ৰশ্ন:গীতাল বা গীদাল শব্দটো কিহৰ লগত জড়িত আছে?

উত্তৰ:কুশান গানৰ লগত।

যদি ওপৰৰ প্ৰশ্নৰ উত্তৰ সমূহ আপোনাৰ কোনো বন্ধু বা বান্ধৱীৰ বাবে সহায়ক হব বুলি ভাৱে তেওঁৰ লগত Share কৰিবলৈ নিশ্চয় নাপাহৰিব। ধন্যবাদ।

গুৰুত্বপূৰ্ণ অসমীয়া ভাষা আৰু সাহিত্যৰ লগত জড়িত কেইটামান প্ৰশ্নৰ উত্তৰ

By: DAINIK SAKORI

On: April 3, 2025

Follow Us:

---Advertisement---

Job Details

Job Salary:

Job Post:

Qualification:

Age Limit:

Exam Date:

Last Apply Date:

Join WhatsApp

Join Now

Join Telegram

Join Now

Related Job Posts

Assamese History Gk For Assam Direct Recruitment

Job Post:
Qualification:
Job Salary:
Last Date To Apply :
Apply Now

ভাৰতৰ প্ৰথম মহিলা | First Women in India with Success Contribution

Job Post:
Qualification:
Job Salary:
Last Date To Apply :
Apply Now

Important Assamese Gk 2022 with PDF Download

Job Post:
Qualification:
Job Salary:
Last Date To Apply :
Apply Now

বিজ্ঞানৰ সাধাৰণ জ্ঞান প্ৰশ্ন উত্তৰ – All Competitive Exam

Job Post:
Qualification:
Job Salary:
Last Date To Apply :
Apply Now

Leave a Comment