---Advertisement---

এটা শব্দত প্ৰকাশ কৰা | Ata Hobdot Prokakh Kora

By DAINIK SAKORI

Updated On:

---Advertisement---

এটা শব্দত প্ৰকাশ কৰা | Ata Hobdot Prokash Kora

One-word Substitution in Assamese for Class V to XII Students
এটা শব্দত প্ৰকাশ কৰা

অসমীয়া ভাষাত এটা শব্দত প্ৰকাশ কৰা- One-word Substitution in Assamese for Class V to XII Students– 



  • ভিক্ষা কৰে যি=ভিক্ষাৰী
  • যি খুজি মাগি খায়=খোজনীয়া; মগনিয়া
  • যি আনৰ বস্তু বলেৰে নিয়ে=ডকাইত
  • যি কথা জনা নাযায়=অজ্ঞাত
  • যি মাছ-মাংস নাখায়=নিৰামিষাহাৰী
  • ধান থোৱা ঘৰ= ভঁৰাল
  • ৰিপুক জয় কৰে যি=ৰিপুঞ্জয়
  • শত্ৰুক জয় কৰে যি=শত্ৰুঞ্জয়
  • ফুল নুফুলাকৈ গুটি হোৱা গছ=বনস্পতি
  • যি কাৰো লগত মিলিব নোৱাৰে=অজীন-পাতকী
  • দুটা মাহৰ মাজৰ দিন=দোমাহী বা সংক্ৰান্তি
  • যি জনে নিয়মমতে খৰচ কৰে = মিতব্যয়ী
  • যি সঁচা কথা কয়=সত্যবাদী
  • যাৰ আগত জন্ম=অগ্ৰজ
  • যি নিজে নিজে হয়=স্বয়ম্ভু
  • যাৰ মূৰত চুলি নাই=তপা
  • যাৰ আশ্ৰয় নাই=নিৰাশ্ৰয়
  • যি কথা লগাই ফুৰে=খলুৱা
  • যি পৰিণাম চিন্তা কৰি কাম কৰে=পৰিণামদৰ্শী
  • যি দুই হাত সমানে চলাব পাৰে=সব্যসাচী
  • যি মাটিৰ উৎপাদিকা শক্তি নাই=অনুৰ্বৰ
  • যি বাঢ়িবলৈ ধৰে=বৰ্ধিষ্ণু
  • যি কৰ্তব্য স্থিৰ কৰিব নোৱাৰে=কিংকৰ্তব্যবিমূঢ়
  • যি মাতৃৰ এটি মাত্ৰ সন্তান=কাকবন্ধ্যা
  • যি পুৰুষে বিয়া কৰোৱা নাই=অকিঞ্চন
  • যি নিজকে পণ্ডিঈত বুলি ভাৱে=পণ্ডিতমন্য
  • আনৰ দোষ দেখা স্বভাৱ=অসূয়া
  • যাৰ জন্ম নাই=অজ
  • যাৰ পূৰ্বজন্মৰ কথা মনত আছে=জাতিষ্মৰ
  • যাৰ কথাৰ লাগ বান্ধ নাই=লপা, চেলেপু।
  • যি আনৰ মুখলৈ চাই থাকে=পৰমুখাপেক্ষী
  • যাৰ বিবেচনা শক্তি নাই=অবিবেচক
  • সহজে যি জীণ যায়=লঘুপাকী
  • যাৰ কুল আৰু শীল জনা নাযায়=অজ্ঞাতকুলশীল
  • সকলোকে সমানভাৱে দেখা=সমদৰ্শী
  • বিপদৰ সময়ত ওলোৱা বুদ্ধি=প্ৰত্যু্ৎপন্নমতি
  • যি জানিবলৈ ইচ্ছা কৰে=জিজ্ঞাসু
  • আগে আগে গমন কৰে যি=অগ্ৰগামী
  • পিছে পিছে গমন কৰে যি=অনুগামী
  • যি কম কথা কয়=মিতভাষী
  • যি দিনত এবাৰ মাত্ৰ আহাৰ কৰে=একাহাৰী
  • নাম নধৰাকৈ দিয়া গালি=গুৱালগালি
  • দেউতাকৰসখিয়েক= তাৱৈ
  • তাৱৈৰ ঘৈণীয়েক=আমৈ
  • ঘৰে ঘৰে বস্তু বিক্ৰী কৰি ফুৰা তিৰোতা=পোহাৰী
  • নোহোৱা বস্তু সৃষ্টি কৰা=উদ্ভাৱন
  • মাটিৰে তৈয়াৰী শিল্পকৰ্ম=মৃৎশিল্প
  • যি মাটিৰে নিৰ্মান=মৃন্ময়
  • যাৰ মৰো মৰো অৱস্থা=মূমূৰ্ষ
  • যি অনাই বনাই ঘূৰি ফুৰে=যাযাবৰ


এটা শব্দত প্ৰকাশ কৰা||Ata Hobdot Prokash Kora||One-word Substitution in Assamese


  • যি কথাৰ অৰ্থ নাই=অৰ্থহীন; নিৰৰ্থক
  • যি আনৰ ওপৰত নিৰ্ভৰ কৰে =পৰনিৰ্ভৰশীল
  • যি নিজৰ ওপৰত নিৰ্ভৰ কৰে=আত্মনিৰ্ভৰশীল; স্বাৱলম্বী
  • যাক কল্পনা কৰিব নোৱাৰি =কল্পনাতীত
  • যাৰ আদি নাই= অনাদি
  • যাৰ অন্ত নাই=অনন্ত
  • যি আনৰ অধীন নহয়= স্বাধীন
  • যি আনৰ অধীন=পৰাধীন
  • গৰু বন্ধা ঘৰ=গোহালি
  • ঘোঁৰা বন্ধা ঘৰ=অস্তাবল
  • যি পথৰ পৰা বিচলিত= পথভ্ৰষ্ট
  • যাৰ সীমা নাই= অসীম
  • যাক বৰ্ণনা কৰিব নোৱাৰি=অবৰ্ণনীয়
  • যাক বাৰণ কৰিব নোৱাৰি =অনিবাৰ্য
  • যাক লংঘন কৰিব নোৱাৰি=অলংঘ্য
  • যাক দেখা নাযায়=অদৃশ্য
  • যাক সহজে লাভ কৰিব নোৱাৰি=দুৰ্লভ
  • যাক সহজে পোৱা যায়=সুলভ
  • যাৰ নাম নাই =অনামী
  • যাৰ সীমা আছে= সসীম
  • যাক পৰিহাৰ কৰিব নোৱাৰি=অপৰিহাৰ্য
  • যাৰ ধাৰ আছে =ধাৰুৱা
  • যি গাঁৱত থাকে = গাঁৱলীয়া
  • যি বিদেশত থাকে = প্ৰবাসী
  • বিদেশৰপৰা অহা লোক = বিদেশী
  • যি ভয় নকৰে = নিৰ্ভীক
  • আনৰ ভাল দেখিব নোৱাৰা = চকুচৰহা, পৰশ্ৰীকাতৰ
  • একে গুৰুৰ শিষ্য = হৰিভকত, সতীৰ্থ
  • একে শ্ৰেণীতে পঢ়া = সহপাঠী
  • একে মাকৰ সন্তান = সহোদৰ, সোদৰ
  • গোটেই জীৱন জুৰি = আজীৱন
  • মাগিলেও ভিক্ষা নোপোৱা সময় = দুৰ্ভিক্ষা
  • জন্মৰ পৰা অন্ধ যি = জন্মান্ধ
  • যি এটা চকুৰে নেদেখে = কণা
  • দুয়োটা চকুৰে নেদেখা লোক = অন্ধ
  • যি কথা কব নোৱাৰে = মুক; বোবা
  • যি শুনাও নাপায়; কথাও ক’ব নোৱাৰে = মুকবধিৰ
  • শাৰীৰিকভাৱে অক্ষম যি = প্ৰতিবন্ধী
  • যাৰ মাক পিতাক মৰিছে = মাউৰা
  • যি পুৰুষৰ তিৰোতা মৰিছে = বৰলা; বিপত্নীক
  • যি তিৰোতাৰ পুৰুষ মৰিছে = বিধৱা
  • স্বামী থকা তিৰোতা = সধৱা; আয়তী
  • নাম গোৱা তিৰোতা = নামতী
  • বিহুৰ আগ দিনা = উৰুকা
  • যি দিনত নেদেখে = দিনকণা
  • যি ৰাতি নেদেখে = কুকুৰীকণা
  • দুই ঘৰৰ মাজৰ ঠাই = দোঘোৰা
  • ঘৰৰ চালৰ পানী পৰা ঠাই = পানী পচা
  • এবাৰ ফল দি মৰা গছ = ওষধি
  • দুই বছৰৰ মূৰত পোৱালি দিয়া গাই = দুৰচী;দোৰাহী


এটা শব্দত প্ৰকাশ কৰা||Ata Hobdot Prokash Kora||One-word Substitution in Assamese


  • যাৰ বিয়া হোৱা নাই=অবিবাহিত;আবিয়ৈ
  • যাৰ বিয়া হৈছে=বিবাহিত
  • জিভাৰে চেলেকি চাব পৰা বস্তু = লেহ্য
  • জন্তুৰ নিচিনা যি=জান্তব
  • যি গৰমো নহয় ঠাণ্ডাও নহয় =কুহুমীয়া
  • যি বতৰ শীতো নহয় উষ্ণও নহয়=নাতিশীতোষ্ণ
  • যি ফল কেঁচাও নহয় পকাও নহয়= ডহেচীয়া
  • মাৰ ভনীয়েক =মাহী
  • দেউতাৰ ভনীয়েক=পেহী
  • মাৰ সতিনীয়েক=বিমাতা, মাহীমা
  • পনীয়া গাখীৰ দিয়া গাই = জলাহী
  • শিং নথকা গৰু = লাওমূৰা
  • হাল বোৱা গৰু = বলধ
  • ঠেং নথকা ভেকুলীৰ পোৱালি=লালুকী
  • স্মৰণ কৰিবলগীয়া=স্মৰণীয়
  • ককাৰ দেউতাক=আজোককা
  • কঁঠালৰ সৰু কলি =মুচি
  • খাবলৈ অনা সৰু কলপুলি=পচলা
  • দাঁত ওলোৱা হাতী=দঁতাল
  • মাছ মৰা লোক=মাছুৱৈ; মাছমৰীয়া
  • যি জলত চৰে=জলচৰ
  • যি স্থলত চৰে=স্থলচৰ
  • জল আৰু স্থল উভয়তে চৰে যি=উভচৰ
  • যি কণীৰপৰা জন্মে=অণ্ডজ
  • ঈশ্বৰক বিশ্বাস কৰা লোক=আস্তিক
  • ঈশ্বৰক বিশ্বাস নকৰা লোক=নাস্তিক
  • গান গোৱা লোক=গায়ক
  • খেলা ধুলা কৰা লোক=খেলুৱৈ
  • মাটিৰ বাচন বৰ্তন তৈয়াৰ কৰা লোক=কুমাৰ
  • লোৰ সামগ্ৰী তৈয়াৰ কৰা লোক=কমাৰ
  • কাঁহৰ সামগ্ৰী তৈয়াৰ কৰা লোক=কঁহাৰ
  • সোণ ৰূপৰ অলংকাৰ তৈয়াৰ কৰা লোক=স্বৰ্ণকাৰ; সোণাৰী
  • চিকিৎসা কৰা লোক=চিকিৎসক
  • গাঁৱৰ মুখিয়াল ব্যক্তি=গাঁওবুঢ়া
  • যি উপকাৰ কৰে=উপকাৰী
  • উপকাৰীৰ উপকাৰ স্বীকাৰ কৰা লোক=কৃতজ্ঞ; অকৃতঘ্ন
  • উপকাৰীৰ উপকাৰ স্বীকাৰ নকৰা লোক=কৃতঘ্ন; অকৃতজ্ঞ
  • বৰষুণ নোহোৱা বতৰ=খৰাং
  • যাৰ কোনো নাই=অনাথ
  • ৰাতিপুৱাই স্মৰণ কৰাৰ যোগ্য=প্ৰাতঃস্মৰণীয়
  • যি একো নাজানে=অজ্ঞ
  • যি সকলো জানে=সৰ্বজ্ঞ; সৰ্বজান
  • যাৰ হাত আঁঠুলৈ আহে=অজানুলম্বিত
  • যি এই লোকৰ নহয়=অলৌকিক
  • দেৱতাৰ গুণ সমৃদ্ধ=দৈৱীয়
  • ৰ’দত শুকোৱাসৰিয়হৰ শুকান বঁটা=কাঁহুদি
  • য’ত কোনো মানুহ নাই=নিৰ্জন
  • দেশক ভাল পোৱা মানুহ=দেশভক্ত
  • দেশৰ অপকাৰ কৰা মানুহ=দেশদ্ৰোহী
  • দেশৰ বাবে মৃত্যুবৰণ কৰা লোক=শ্বহীদ


এটা শব্দত প্ৰকাশ কৰা||Ata Hobdot Prokash Kora||One-word Substitution in Assamese


  • গৰু চৰোৱা লোক=গৰখীয়া
  • হাতী চৰোৱা লোক=মাউত
  • যি আগতে হোৱা নাই বা ঘটা নাই=অভূতপূৰ্ব
  • যি আগতে হৈছে বা ঘটিছে=ভূতপূৰ্ব
  • যি কেবল নিজৰ কথা ভাৱে=স্বাৰ্থপৰ; আপোনপেটা
  • যি আনৰ হিতৰ কথা ভাৱে=পৰহিতৈষী
  • যি সকলোৰে মাজত প্ৰিয়=লোকপ্ৰিয়
  • যাক সকলোৱে জানে=বিখ্যাত
  • যাক কোনেও নাজানে=অখ্যাত; অজ্ঞাত
  • কবনলগীয়া কথা; যাক কব নোৱাৰি=অবাচ্য; অকথ্য
  • যাক শুনিব নোৱাৰি=অশ্ৰাব্য
  • যাৰ জ্ঞান আছে=জ্ঞানী
  • যাৰ ধন আছে=ধনী
  • যাৰ মান আছে=মানী
  • যাৰ ঋণ আছে=ঋণী
  • যাৰ ঘৰ বাৰী নাই=অঘৰী
  • যাৰ একো নাই=নিঃস্ব
  • য’ত যাব নোৱাৰি=দুৰ্গম
  • য’ত যাব পাৰি=সুগম
  • যি বহুত কথা কয়= বহুবল্কী
  • যি কথা ক’ব জানে; কথা সজাই ক’ব পৰা লোক=কথাচহকী
  • যাৰ মৰণ নাই=অমৰ
  • যাৰ ভয় আছে=ভয়াতুৰ
  • স্কুলত পঢ়া ল’ৰা ছোৱালী=ছাত্ৰছাত্ৰী
  • যাৰ শত্ৰু নাই=অজাতশত্ৰু
  • যি ইন্দ্ৰিয়ক দমন কৰিছে=জিতেন্দ্ৰিয়
  • শাক পাচলি কৰা ঠাই=শাকনি
  • ধান খেতি কৰা ঠাই=ধাননি
  • যাক আগতে শুনা নাই=অশ্ৰুতপূৰ্ব
  • যাক গণনা কৰিব নোৱাৰি=অগণন
  • যাক কথাৰে প্ৰকাশ কৰিব নোৱাৰি=অনিৰ্বচনীয়
  • যি কথা বিশ্বাস কৰিব নোৱাৰি=অবিশ্বাস্য
  • যি কাম কৰা উচিত=কৰ্তব্য
  • যি পুৰি নাযায় = অদাহ্য
  • যি নিয়মমতে খৰচ কৰে = মিতব্যয়ী
  • যি মাটি ফুটি ওলায় = উদ্ভিদ
  • যি বিদ্যালাভ কৰিছে = কৃতবিদ্য
  • বহুতৰ মাজত প্ৰধান = শ্ৰেষ্ঠ
  • যাক দিব পৰা নাযায় = অদেয়
  • যাক বধ কৰিব পৰা নাযায় = অবধ্য
  • যি খুউব বেছি দীঘল নহয় = নাতিদীৰ্ঘ
  • যাক নিমিষতে ভঙ্গ কৰিব পাৰি = ক্ষণভঙ্গুৰ
  • যাৰ ধৰ্মত মতি আছে=ধৰ্মপৰায়ণ
  • বিষ্ণুক উপাসনা কৰা লোক = বৈষ্ণৱ
  • শিৱক উপাসনা কৰা লোক = শৈৱ
  • শক্তিক উপাসনা কৰা লোক = শাক্ত
  • যি সহজে জীণ নাযায় = অজীৰ্ণ; গুৰুপাকী
  • যি অইন ফালে মন দিয়ে = অন্যমনস্ক
  • শৰৎ কালত হোৱা = শাৰদীয়
  • যি গুণীৰ গুণ বুজে = গুণগ্ৰাহী


Ata Hobdot Prokash Kora||এটা শব্দত প্ৰকাশ কৰা||One-word Substitution in Assamese


  • বাটে বাটে যোৱা মানুহ = বাটৰুৱা
  • যাৰ ধৰ্মলৈ ভয় আছে = ধৰ্মভীৰু
  • কোনো কাৰ্য কৰিবলৈ স্থিৰ কৰা = কৃতসংকল্প
  • অশেষ মূল্য যাৰ = অমূল্য
  • দৰমহা নোলোৱাকৈ কৰা কাম = অবৈতনিক
  • যোৱাৰ উচিত বা যোগ্য = গন্তব্য; গমনীয়
  • কাপোৰ বব জনা তিৰোতা = শিপীনী
  • যি কাম কাজত পাকৈত = কাজী
  • একে সময়তে হোৱা = সমসাময়িক
  • ভৱিষ্যত চিন্তা কৰিব পৰা লোক = দূৰদৰ্শী
  • পি খোৱা বস্তু = পেয়
  • বুকুৰে বগাই যোৱা প্ৰাণী = সৰীসৃপ
  • যি বিশ্বজনৰ বাবে ভাল = বিশ্বজনীন
  • যি সৰ্বাংগ ব্যাপি আছে = সৰ্বাংগীণ
  • ফুল থোৱা পাত্ৰ = ফুলদানি
  • যি কথা কোৱা উচিত = বক্তব্য; বচনীয়
  • জুই ধৰি ৰখা ঠাই = জুহাল
  • নিজৰ ওপজা ঠাই = জন্মভূমি
  • বস্তু বেচা কিনা কৰা ঠাই = বজাৰ
  • যি অলপতে শুনে = শহাকণীয়া
  • যি কাৰো পক্ষত নাথাকে = নিৰপক্ষ
  • যি নিশা চৰে = নিশাচৰ
  • যি সহ্য কৰিব পাৰে = সহনশীল
  • যি মিছা কথা কয় = মিছলীয়া
  • যি ঘৰত ওপজে = ঘৰ-ওপজা
  • যি বনত ওপজে = বনজ
  • যি নগৰত থাকে = নগৰীয়া
  • বহুতো ল’ৰা ছোৱালী একেলগে পঢ়া ঘৰ=পঢ়াশালি
  • বিদ্যা শিক্ষা কৰা ঘৰ=বিদ্যালয়
  • যি আনলৈ মন দি থাকে=?
  • পকী ঘৰ নিৰ্মাণ কৰা লোক= ৰাজমিস্তিৰি
  • ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো কে সমান দেখা জন=
  • গাখীৰ ,মিঠাই বেচা মানুহক=?
  • যি ঠাইত পূজা কৰা হয়=?
  • যি বস্তু দিব পৰা নাযায়=?
  • চুহি খোৱা বস্তু=?
  • নাও বনোৱা মানুহ=?
  • যি তিনিও কালৰ কথা জানে=ত্ৰিকালজ্ঞ
  • জন্তুৰ ঘাঁহ যোগান ধৰা মানুহ=?
  • যি বাহ বেতৰ কাম কৰে=?
  • যি ৰাতি ফুলে=?
  • যি জন্ম হয় মৃত্যু বৰণ কৰে=?
  • কোনো কথা কবলৈ পঠোৱা বিশ্বাসী মানুহ=?
  • যাৰ সাহস আছে = সাহসী
  • যি ঈশ্বৰক বিশ্বাসী = আস্তিক
  • যি বিষ্ণুক উপাসনা কৰে = বৈষ্ণৱ
  • একে মাকৰ সন্তান = সহোদৰ
  • যি সঁচা কথা কয় = সত্যবাদী।
  • যাক দেখা নাযায় = অদৃশ্য
  • যাৰ পিছত জন্ম = অনুজ


Ata Hobdot Prokash Kora||এটা শব্দত প্ৰকাশ কৰা||One-word Substitution in Assamese


  • ধান থোৱা ঠাই = ভঁৰাল ৷
  • অ’ত ত’ত ঘুৰি ফুৰা লোক = অঘৰী ৷
  • কাৰো নাম নোলোৱাকৈ দিয়া গালি = গুৱালগালি ৷
  • গৰু বন্ধা ঠাই = গোহালি ৷
  • বাপেকৰ সখিয়েক = তাৱৈ ৷
  • তাৱৈৰ ঘৈণীয়েক = আমৈ ৷
  • যি আনৰ অধীন নহয় = স্বাধীন ৷
  • যি পথৰ পৰা বিচলিত = পথভ্ৰষ্ট ৷
  • যি কথাৰ অৰ্থ নাই = নিৰৰ্থক ৷
  • যাক কল্পনা কৰিব নোৱাৰি = কল্পনাতীত ৷
  • যাৰ আদি নাই = অনাদি ৷
  • যাৰ সীমা নাই = অসীম
  • যাক বৰ্ণনা কৰিব নোৱাৰি = অবৰ্ণনীয় ৷
  • যাক বাৰণ কৰিব নোৱাৰি = অনিবাৰ্য ৷
  • যাক লংঘন কৰিব নোৱাৰি = অলংঘ্য ৷
  • যি জনে ভিক্ষাৰে জীৱন নিৰ্বাহ কৰে = ভিক্ষাৰী ৷
  • যি নগৰত থাকে = নগৰীয়া ৷
  • আঁঠুলৈ বৈ পৰা = আজানুলম্বিত ৷
  • ভেকুলীৰ পোৱালি = লালুকি ৷
  • যি ফল কাঁচাও নহয় পকাও নহয় = ডাহেচীয়া ৷
  • দেউতাৰ ভনীয়েক = পেহী ৷
  • কাৱৈ মাছৰ সৰু পোৱালী = কাৱৈচোকোৰা বা কাৱৈতিলা ৷
  • ৰৌ মাছৰ সৰু = ৰৌমণি ৷
  • মাছৰ পোৱালি  পোনা ৷
  • গৰৈ মাছৰ সৰু পনা = গৰৈচিৰিকা ৷
  • মাৰ ভনীয়েক = মাহী ৷
  • খাৰণি সনা সৰিহৰ গুৰি = খাৰলি ৷
  • দাঁত ওলোৱা হাতী = দঁতাল ৷
  • মাগুৰ মাছৰ সৰু = মাগুৰজালি ৷
  • শ’ল মাছৰ সৰু = শ’লঠাৰি ৷
  • ধানৰ বাকলি = তুঁহ ৷
  • গোচৰ তৰা মানুহ = গোচৰীয়া ৷
  • গোটেই জীৱন জুৰি = অজীৱন ৷
  • নাটক লিখা মানুহ = নাট্যকাৰ ৷
  • যি কথাৰ অৰ্থ নাই = নিৰৰ্থক ৷
  • গুৰি সৰিয়হেৰে কৰা খাদ্য = কাঁহুদি ৷
  • ছবি অঁকা মানুহ = চিত্ৰকাৰ ৷
  • গধুলি চকুৰে নেদেখা মানুহ = কুকুৰিকণা ।
  • জন্তুৰ নিচিনা = জান্তৱ ৷
  • চোবাই খোৱা বস্তু = চৰ্ব্য ৷
  • কথাৰ লাগ-বান্ধ নথকা লোক = চেলেপু ৷
  • যি ঠাইত মানুহ নাই = জনশূন্য ৷
  • কাম কৰিবলৈ এলাহ কৰা মানুহ = এলেহুৱা ৷
  • কবিতা লেখা মানুহ = কবি ৷
  • চিঠি বিলাই ফুৰা মানুহ = পিয়ন ৷
  • কাৰো লগত মিলিব নোৱাৰা লোক = অজীনপাতকী ৷
  • ধৰ্মলৈ ভয় যাৰ = ধৰ্মভীৰু ৷
  • যি গোন্ধ ভাল = সুগন্ধ ৷


Ata Hobdot Prokash Kora||এটা শব্দত প্ৰকাশ কৰা||One-word Substitution in Assamese


  • বাঁহ গাজৰ পৰা তৈয়াৰ কৰা খাদ্য — খৰিচা ৷
  • যি পুৰুষ ভয়াতুৰ = কাপুৰুষ ৷
  • নাৱত উঠি ব্যৱসায় কৰা লোক = মুদৈ ৷
  • বহুত মানুহ একেলগে যোৱা = সমদল ৷
  • নোহোৱা বস্তুৰ উদ্ভাৱন = আৱিস্কাৰ ৷
  • পূৰ্ব জন্মৰ কথা যাৰ মনত আছে = জাতিস্মৰ ৷
  • পুৱাই নাম ল’বলগীয়া = প্ৰাত:স্মৰণীয় ৷
  • নিজে নিজে হোৱা = স্বয়ম্ভূ ৷
  • যি আনৰ বস্তু বলেৰে কাঢ়ি নিয়ে = ডকাইত ।
  • যি মাটিত উতপাদিত শক্তি নাই = অনুৰ্বৰা
  • যাক সহজতে লাভ কৰা যায় = সুলভ ।
  • য’ত  বহুতো ল’ৰা – ছোৱালীয়ে পঢ়ে = পঢ়াশালী ।
  • যাক বুজিব পাৰি = বোধগম্য ।
  • বৰষুণ নোহোৱা যি বতৰ = খৰাং ।
  • আহাৰ জীৰ্ণ নোযোৱা কাৰণে হোৱা বেমাৰ = অজীৰ্ণ ।
  • যি ঠাই অতি কষ্টেৰে লঙঘন কৰা যায় = দুৰ্লংঘ্য ।
  • জুই ধৰি ৰখা যি ঠাই = জুহাল ।
  • যাৰ নাম ৰাতিপুৱাই  স্মৰণ কৰা উচিত = প্ৰাতঃ স্মৰণীয় ।
  • যি ঠাইত অতি ঠাণ্ডাও নহয় , গৰমো নহয় =   নাতিশীতোষ্ণ ।
  • যাৰ একোৱেই নাই =  নিঃস্ব ।
  • যি তিৰোতাই ধান ৰোৱেই = ৰোৱনী ।
  • যি তিৰোতাই ধান দায় = দাৱনী ।
  • হঠাতে হোৱা যি ঘটনা =  আকস্মিক ।
  • যি মাটিত সাৰ নাই = অসাৰুৱা ।
  • যি জন কৰ্মত বীৰৰ তুল্য = কৰ্মবীৰ ।
  • যি জন সাহিত্যত সম্ৰাটৰ তুল্য =  সাহিত্য – সম্ৰাট ।
  • যি জনে বিয়া কৰোৱা নাই =  আবিয়ৈ ।
  • নোহোৱা বস্তু উদ্ভাৱন কৰোতা = আৱিষ্কাৰক।
  • যি ইন্দ্ৰিয় জয় কৰিব পাৰে = জিতেন্দ্ৰেয় ।
  • মেলত যি পাৰ্গত = মেলেকী ।
  • যি পুৰুষৰ ঘৈণীয়েক মৰিছে= বৰলা ।
  • যি নিজক নিজে পণ্ডিত বুলি ভাবে = পণ্ডিতম্মন্য ।
  • যি কৰ্ত্তব্য স্থিৰ কৰিব নোৱাৰে = হতবুদ্ধি ।
  • একে সময়তে হোৱা = সমসাময়িক ।
  • এবাৰ গুটি লাগি মৰা গছ = ওষধি । 
  • লোকক দেখি পাছত যি কৰা যায় =  অনুকৰণ ।
  • লোকক দেখি পিছে পিছে যোৱা = অনুসৰণ ।
  • লোকৰপৰা পোৱা নিন্দা = লোকনিন্দা ।
  • সাহ যাৰ আছি = সাহসী । 
  • বটা সাৰিয়হেৰে কৰা চাট্নি = কাহুঁদি ।
  • মাটিৰ নিচেই সৰু টেকেলি = ভুৰুকা ।
  • যি গুণীৰ গুণ বুজিব পাৰে = গুণগ্ৰাহী ।
  • যাক ভেদ কৰিব নোৱাৰে = অভেদ্য।
  • যাক সহজে ভেদ কৰিব নোৱাৰে = দুৰ্ভেদ্য ।
  • যি পৰৰ ঠাইত বাস পৰে = প্ৰবাসী ।
  • যি কষ্ট সহিব পাৰে = কষ্টসহিষ্ণু ।
  • যি উপকাৰী উপকাৰ স্বীকাৰ কৰে = কৃতজ্ঞ ।
  • যাক সহজতে ভাঙিব পাৰে  =  ভংণ্ডৰ ।
  • যি কোনো কাম কৰিব নোৱাৰে = অকৰ্মণ্য ।
  • যি বিধিসন্মত = বৈধ ।


Ata Hobdot Prokash Kora||এটা শব্দত প্ৰকাশ কৰা||One-word Substitution in Assamese


  • প্ৰাণক পণ কৰি = প্ৰাণপণে ।
  • যি ভবিষ্যত চিন্তা কৰিব নোৱাৰে = অদূৰদৰ্শী ।
  • যি বাঢ়িবলৈ ধৰিছে = বৰ্দ্ধিষ্ণু ।
  • যাৰ সকলো বস্তু অঁটাকে আছে = আটন্তিয়াৰ ।
  • এটা সন্তান হোৱাৰপৰা আন এটা হোৱালৈকে সময় = আনজ ।
  • যাৰ হাত আঁঠৰ তললৈকে পৰা = আজানুলম্বিত । 
  • কাৰো নাম নধৰাকৈ পৰা গালি = গুৱাল-গালি ।
  • যাৰ ধাৰ আছে = ধৰুৱা ।
  • যাৰ সীমা নাই = অসীম ।
  • যি আনফালে মন দিয়ে = অন্যমনস্ক । 
  • যাক নিধাৰণ কৰিব নোবাৰি =  অনিবাৰ্য ।
  • যাক বৰ্ণনা কৰিব নোৱাৰি = অবৰ্ণনীয় ।
  • যাৰ আদি নাই = অনাদি ।
  • যাক পৰিত্যাগ কৰিব নোৱাৰি = অপৰিহাৰ্য ।
  • যাক কল্পনা কৰিব নোৱাৰি =  অকল্পনাতীত । 
  • বধ কৰিবৰ ইচ্ছা = জিঘাংসা ।
  • য়াৰ বিৱেচনা শক্তি নাই = অবিবেচক ।
  • যি নিশাহে চৰে = নিশাচৰ ।
  • যি জানিব খোজে বা জানিবলৈ আগ্ৰহী = জিজ্ঞাসু ।
  • যিটো সুধিবলগীয়া =জিজ্ঞাস্য ।
  • যাক মূল্য দি কিনিব নোৱাৰে = অমূল্য ।
  • মাগিলেও ভিক্ষা  নোপোৱা সময় = দুৰ্ভিক্ষ ।
  • যি কাৰো পক্ষৰ বা ফলীয়া নহয়= নিৰপেক্ষ ।
  • কোনো কথাৰ নিশ্চয় কৰিবলৈ পঠোৱা বিশ্বাসী মানুহ = সঁজাতী
  • একেজন গুৰুৰে শিষ্য = সতীৰ্থ।
  • যাৰ আগমন আহ্বান কৰা হয়= স্বাগত । 
  • যাক বধ কৰা অনুচিত = অবধ্য ।
  • যাৰ সীমা আছে বা যি সামাবদ্ধ = সসীম ।
  • যাৰ অন্ত নাই = অনন্ত । 
  • যি নিয়ম মতে খৰচ কৰে = মিতব্যয়ী ।
  • যাৰ আশ্ৰয় নাই = নিৰাশ্ৰয় ।
  • যি সহ্য কৰিব পাৰে = সহিষ্ণু ।
  • যি গোচৰ তৰে = গুচৰীয়া ।
  • যাৰ ওপৰত গোচৰ তৰে = পদকীয়া ।
  • যি বিষ্ণুক উপাসনা কৰে = বৈষ্ণৱ ।
  • যি শক্তিক উপাসনা কৰে = শাক্ত ।
  • যি শিৱক উপাসনা কৰে = শৈৱ ।
  • যি একো নাজানে = অজ্ঞ।
  • যি ভাষাত পাৰ্গত = ভাষাবিদ্ ।
  • যি কণীৰপৰা জন্মে = অণ্ডজ ।
  • যি একেলগে পঢ়ে = সহপাঠী ।
  • যি নিজৰ পেটলৈহে চিন্তা কৰে = স্বাৰ্থপৰ ।
  • যি সমাপ্ত হোৱা নাই = অসমাপ্ত ।
  • য’ত কোনো মানুহ নাই = জনশূন্য ।
  • য’লৈ যোৱা কষ্টসাধ্য = দুৰ্গম ।
  • যি অনাই বনাই ঘূৰি ফূৰে = যাযাবৰ ।
  • যাৰ পূৰ্বজন্মৰ কথা মনত আছে = জাতিস্মৰ ।
  • যি মাটি ফুটি ওলায় = উদ্ভিদ ।
  • যি কথা বিশ্বাস কৰিব নোৱাৰি = অবিশ্বাস্য ।
  • যাৰ কথাৰ সাঁচ নাই = লগা ।
  • যি মৰো মৰো অৱস্থা হৈছে = মুমুৰ্ষু ।
  • যত মানুহ বেছি = জন-বহুল ।
  • যাৰ মূৰত চুলি নাই = তপা ।
  • যি ভিক্ষা কৰি জীৱন নিৰ্বাহ কৰে = ভিক্ষাৰী ।
  • যি ধন খৰচ নকৰে = কৃপণ ।
  • যি মাছ-মাংস খায়= আমিষাহাৰী ।
  • যি মাছ-মাংস নাখায় = নিৰামিষাহাৰী ।
  • যি যোগৰপৰা ভ্ৰষ্ট হৈছে = যোগভ্ৰষ্ট ।
  • যি অলপতে শুনে = শহাকণীয়া ।
  • যি অলপতে ভয় খায় = ভয়াতুৰ ।
  • যি ঘৰত ধান থয় = ভঁৰাল ।
  • যি নানা অভাৱত থাকে = অভাৱী ।
  • জন্তুৰ নিচিনা =  জান্তৱ ।
  • যাৰ নাম নাই = অনামা ।
  • যি নিয়মমতে খৰচ নকৰে = অমিতব্যয়ী ।
  • নাম নিদিয়াকৈ দিয়া = বেনামী ।
  • পনীয়া গাখীৰ দিয়া গাই = জলাহী ।
  • বাঁহ-গাজ খুন্দি তৈয়াৰ কৰা খাদ্য-বস্তু = খৰিচা ।
  • মিলি নোহোৱা গুৰি বা বস্তুৰ লগত থকা আধাখুন্দা গুৰি = খৰচি ।
  • যি আনৰ কথালৈ মন দি থাকে ? = অন্যমনস্ক
  • পকী ঘৰ নিৰ্মাণ কৰা লোকজনক ত কি বুলি কোৱা হয়= ৰাজমিস্ত্ৰী
  • ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো কে সমান দেখা জনক বুলি কোৱা হয়=সমদৰ্শী
  • গাখীৰ ,মিঠাই বেচা মানুহক কি বোলে=গোৱাল
  • যি বাহ বেতৰ কাম কৰে =বাঢ়ৈ।
  • যি অতিশয় দীঘ নহয়= নাতিদীর্ঘ। 
  • যি উপকাৰীৰ উপকাৰ স্বীকাৰ নকৰে= অকৃতজ্ঞ
  • যি মাটিৰ উৎপাদিকা শক্তি নাই= অনুৰ্বৰ
  • যি জুইত পুৰি নাখায়= অদাহ্য
  • যাক সহজে লাভ কৰিব নােৱাৰি বা যাক পাবলৈ টান= দুষ্প্রাপ্য, দুর্লভ
  • যি মাগি খায়= মগনীয়া
  • দুটা মাহৰ মাজৰ দিন= দোমাহী
  • পনীয়া গাখীৰ দিয়া গাই= জলাহী
  • যি নয়ম মতে খৰচ কৰে= মিতব্যয়ী
  • এই সন্তান থকা তিৰোতা= কাকবন্ধ্যা
  • তল পাব নােৱাৰা= অতল
  • কঁহৰ বাচন গঢ়েতা= কঁহাৰ
  • মাটিৰ বাচন সাজোঁতা= কুমাৰ
  • নাও বােৱা মানুহ= নাৱৰীয়া
  • যি জলত চৰে= জলচৰ
  • যি শত্ৰুক বধ কৰে= শত্রুঘ্ন
  • ব্যাকৰণত যি পাৰদশী= বৈয়াকৰণিক
  • যাক সহজে লঙঘন কৰিব নােৱাৰি= অলঙঘ্য ১৯। অতিশয় শীতাে নহয়, অতিশয় গ্রীষ্মও নহয়= নাতিশীতােষ্ণ
  • যিজনে আইন জানে= আইনজ্ঞ
  • তিনিটা বাট য’ত লগ লাগিছে= তিনিআলি, তেবাটা
  • খাবলৈ অনা কলপুলি= পচলা
  • যি সম্পূর্ণ দেখা নাপায়= অন্ধ
  • যি জন্মৰেপৰা অন্ধ= জন্মান্ধ
  • যি ৰাতি দেখা নাপায়= কুকুৰীকণা
  • যি প্রাণী স্থলত চৰে= স্থলচৰ
  • যি প্রাণী জল-স্থল উভয়তে চৰে= উভচৰ
  • যি প্ৰাণীৰ ঠেং নাই বা বুকুৰে বগাই ফুৰা প্ৰাণী= সৰীসৃপ
  • মাতৃৰ গাখীৰ খাই জীৱন ধাৰণ কৰা প্ৰাণী= স্তন্যপায়ী
  • শাস্ত্ৰত যি পাৰদৰ্শী= শাস্ত্রজ্ঞ
  • একেলগে শ্ৰেণীত পঢ়া-শুনা কৰা বন্ধু= সহপাঠী 
  • গােটেই জীৱনব্যাপী= আজীৱন
  • পূর্বজন্মৰ কথা যি জানে= জাতিস্মৰ
  • ৰন্ধা-বঢ়া কাম কৰা তিৰােতা= ৰান্ধনী
  • সৈন্য থকা ঠাই= ছাউনী
  • কৰিবলগীয়া কাম= কর্তব্য
  • যাক সহজে লাভ কৰা যায়= সুলভ
  • যি জনে ভিক্ষাৰে জীৱন নিৰ্বাহ কৰে= ভিক্ষাৰী 
  • যাৰ পুত্র নাই= অপুত্রক
  • যাৰ দয়া নাই= নির্দয়
  • যাৰ হিচাপ নাই= বেহিচাপী
  • ভিক্ষাৰ অভাৱ= দুর্ভিক্ষ
  • ঘৰ নাই যাৰ = অঘৰী
  • প্ৰৱাসত থকা মানুহ= প্রৱাসী, প্রৱসুৱা
  • একে গুৰুৰ শিষ্য= সতীর্থ
  • সঁচা কথা কোৱা মানুহ= সত্যবাদী
  • যি পূর্বে হােৱা নাছিল= অভূতপূর্ব
  • ঈশ্বৰক যাৰ বিশ্বাস নাই= নাস্তিক
  • যাৰ অন্ত নাই= অনন্ত
  • বােকাত যাৰ জন্ম= পঙ্কজ
  • যি উপকাৰীৰ উপকাৰ স্বীকাৰ কৰে= কৃতজ্ঞ
  • যি উপকাৰীৰ উপকাৰ স্বীকাৰ নকৰে= অকৃতজ্ঞ, কৃতঘ্ন
  • যি পুৰুষৰ ঘৈণীয়েক মৰিছে= বৰলা
  • যাক দেখা নাযায়= অদৃশ্য 
  • যি নাৰীৰ স্বামী মৰিছে= বিধৱা 
  • ফল পকিলে যি গছ মৰি যায়= ওষধি
  • বিয়া নকৰােৱা মানুহ= অবিৱাহিত
  • একে মাকৰ গৰ্ভত জন্ম যাৰ= সহােদৰ 
  • পৰৰ অধীন= পৰাধীন
  • পৰৰ মুখলৈ, অপেক্ষা কৰা মানুুহ= পৰমুখাপেক্ষী
  • পৰৰ সৌভাগ্য দেখি যি কাতৰ হয়= পৰশ্রীকাতৰ 
  • যিয়ে গৰু গাড়ী চলায়= গাড়ােৱান
  • কানি খােৱা মানুহ= কানীয়া
  • বাটেটি যােৱা মানুহ= বাটৰুৱা
  • মিছা কথা কোৱা মানুহ= মিছলীয়া
  • গােপনে দিয়া উপধৌকন= ভেটি 
  • যি ইন্দ্রিয় জয় কৰে= জিতেন্দ্রিয় 
  • যি জানিবলৈ ইচ্ছা কৰে= জিজ্ঞাসু
  • যি মাছ-মাংস খায়= আমিষাহাৰী
  • যি অলপতে শুনে= শহাকণীয়া 
  • যাক ব্যৱহাৰ কৰিব নােৱাৰি= অব্যৱহার্য
  • ততালিকে বুদ্ধি উলিয়াব পৰা শক্তি বা বিপদৰ সময়ত ওলোৱা বুদ্ধি= প্রত্যুৎপন্নমতি
  • যি সংকল্প কৰিছে – কৃতসংকল্প
  • যি অনাই বনাই ঘূৰি ফুৰে= যাযাবৰ, অঘৰী
  • যাৰ মূৰত চুলি নাই= তপামূৰ
  • যি মৰোঁ মৰোঁ অৱস্থাত আছে= মুমুৰ্ষু
  • যি কোনো পক্ষ নলয়= নিৰপেক্ষ
  • যাৰ জন্ম নাই= অজ
  • যাৰ কথাৰ লাগ বান্ধ নাই= লপা, চেলেপু
  • যাৰ বিবেচনা শক্তি নাই= অবিবেচক
  • সহজে যি জীণ যায়= লঘুপাকী
  • যাৰ কুল আৰু শীল জনা নাযায়= অজ্ঞাতকুলশীল
  • সকলোকে সমানভাৱে দেখা= সমদৰ্শী
  • যি জনে আনৰ বস্তু বলেৰে নিয়ে= ডকাইত 
  • ফুল নুফুলাকৈ গুটি হোৱা গছ= বনস্পতি
  • শত্ৰুক জয় কৰে যি= শত্ৰুঞ্জয়
  • ৰিপুক জয় কৰে যি= ৰিপুঞ্জয়
  • ধান থোৱা ঘৰ= ভঁৰাল
  • যি মাছ-মাংস নাখায়= নিৰামিষাহাৰী
  • ভিক্ষা কৰে যি= ভিক্ষাৰী
  • সীমা নথকা= অসীম
  • মাটিৰে নিৰ্মিত= মৃণ্ময়
  • মেলত পাৰ্গত= মেলেকী
  • লোকক দেখি পাছত যি কৰে= অনুকৰণ
  • বাপেকৰ সখিয়েক= তাৱৈ 
  •  তাৱৈৰ ঘৈণীয়েক= আমৈ 
  • যি আনৰ অধীন নহয়= স্বাধীন 
  • বিদেশৰপৰা অহা লোক = বিদেশী
  • গৰু বন্ধা ঠাই= গোহালি 
  • যি পথৰ পৰা বিচলিত= পথভ্ৰষ্ট 


Also Read: 

সমাৰ্থক শব্দ বা প্ৰতি শব্দ (Assamese samarthak shabda)

গুৰুত্বপূৰ্ণ অসমীয়া ভাষা আৰু সাহিত্যৰ লগত জড়িত কেইটামান প্ৰশ্নৰ উত্তৰ

অসমীয়া আবেদন লিখাৰ নিয়ম||Assamese Application

---Advertisement---

16 thoughts on “এটা শব্দত প্ৰকাশ কৰা | Ata Hobdot Prokakh Kora”

  1. যাক অনুসৰণ কৰিব নোৱাৰি এটা শব্দত প্ৰকাশ কৰা

    Reply

Leave a Comment