এটা শব্দত প্ৰকাশ কৰা ৫০০+ তালিকা
ইয়াত অসমীয়া ভষাৰ ৫০০+ কৈ অধিক এটা শব্দত প্ৰকাশ কৰা বাক্য দিয়া হৈছে। তলত দিয়া বাক্য বোৰক সুন্দৰকৈ ছাত্ৰ-ছাত্ৰী সকলৰ সুবিধা হোৱাকৈ তালিকা আকাৰত এটা শব্দত প্ৰকাশ কৰি দিয়া হৈছে।ইয়াত দিয়া এটা শব্দত প্ৰকাশ কৰা তালিকাখন সকলো শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ কাৰণে উপযোগী হ’ব বিষেককৈ নৱম, দশম আৰু দ্বাদশ শ্ৰেণীৰ কাৰণে SEBA HSLC আৰু AHSEC পৰীক্ষা কাৰণে বহু উপযোগী হ’ব।
| এটা শব্দত প্ৰকাশ কৰা |
এটা শব্দত প্ৰকাশ কৰা তালিকা
| Sl No. | এটা শব্দত প্ৰকাশ কৰা |
|---|---|
| 1 | ভিক্ষা কৰে যি=ভিক্ষাৰী |
| 2 | যি খুজি মাগি খায়=খোজনীয়া; মগনিয়া |
| 3 | যি আনৰ বস্তু বলেৰে নিয়ে=ডকাইত |
| 4 | যি কথা জনা নাযায়=অজ্ঞাত |
| 5 | শত্ৰুক জয় কৰে যি=শত্ৰুঞ্জয় |
| 6 | ৰিপুক জয় কৰে যি=ৰিপুঞ্জয় |
| 7 | ধান থোৱা ঘৰ= ভঁৰাল |
| 8 | যি মাছ-মাংস নাখায়=নিৰামিষাহাৰী |
| 9 | যি বাঢ়িবলৈ ধৰে=বৰ্ধিষ্ণু |
| 10 | যি কাৰো লগত মিলিব নোৱাৰে=অজীন-পাতকী |
| 11 | দুটা মাহৰ মাজৰ দিন=দোমাহী বা সংক্ৰান্তি |
| 12 | যি জনে নিয়মমতে খৰচ কৰে = মিতব্যয়ী |
| 13 | যি সঁচা কথা কয়=সত্যবাদী |
| 14 | যাৰ আগত জন্ম=অগ্ৰজ |
| 15 | যি নিজে নিজে হয়=স্বয়ম্ভু |
| 16 | যাৰ মূৰত চুলি নাই=তপা |
| 17 | ফুল নুফুলাকৈ গুটি হোৱা গছ=বনস্পতি |
| 18 | যি কৰ্তব্য স্থিৰ কৰিব নোৱাৰে=কিংকৰ্তব্যবিমূঢ় |
| 19 | যি মাতৃৰ এটি মাত্ৰ সন্তান=কাকবন্ধ্যা |
| 20 | যি পুৰুষে বিয়া কৰোৱা নাই=অকিঞ্চন |
| 21 | যি নিজকে পণ্ডিঈত বুলি ভাৱে=পণ্ডিতমন্য |
| 22 | আনৰ দোষ দেখা স্বভাৱ=অসূয়া |
| 23 | যাৰ জন্ম নাই=অজ |
| 24 | যাৰ পূৰ্বজন্মৰ কথা মনত আছে=জাতিষ্মৰ |
| 25 | আগে আগে গমন কৰে যি=অগ্ৰগামী |
| 26 | পিছে পিছে গমন কৰে যি=অনুগামী |
| 27 | যি কথা লগাই ফুৰে=খলুৱা |
| 28 | যি পৰিণাম চিন্তা কৰি কাম কৰে=পৰিণামদৰ্শী |
| 29 | যি দুই হাত সমানে চলাব পাৰে=সব্যসাচী |
| 30 | যি মাটিৰ উৎপাদিকা শক্তি নাই=অনুৰ্বৰ |
| 31 | যাৰ কথাৰ লাগ বান্ধ নাই=লপা, চেলেপু। |
| 32 | যি আনৰ মুখলৈ চাই থাকে=পৰমুখাপেক্ষী |
| 33 | যাৰ আশ্ৰয় নাই=নিৰাশ্ৰয় |
| 34 | সহজে যি জীণ যায়=লঘুপাকী |
| 35 | যাৰ কুল আৰু শীল জনা নাযায়=অজ্ঞাতকুলশীল |
| 36 | সকলোকে সমানভাৱে দেখা=সমদৰ্শী |
| 37 | বিপদৰ সময়ত ওলোৱা বুদ্ধি=প্ৰত্যু্ৎপন্নমতি |
| 38 | যি জানিবলৈ ইচ্ছা কৰে=জিজ্ঞাসু |
| 39 | যাৰ বিবেচনা শক্তি নাই=অবিবেচক |
| 40 | যি দিনত এবাৰ মাত্ৰ আহাৰ কৰে=একাহাৰী |
| 41 | ঘৰে ঘৰে বস্তু বিক্ৰী কৰি ফুৰা তিৰোতা=পোহাৰী |
| 42 | নোহোৱা বস্তু সৃষ্টি কৰা=উদ্ভাৱন |
| 43 | মাটিৰে তৈয়াৰী শিল্পকৰ্ম=মৃৎশিল্প |
| 44 | যি মাটিৰে নিৰ্মান=মৃন্ময় |
| 45 | যাৰ মৰো মৰো অৱস্থা=মূমূৰ্ষ |
| 46 | যি অনাই বনাই ঘূৰি ফুৰে=যাযাবৰ |
| 47 | নাম নধৰাকৈ দিয়া গালি=গুৱালগালি |
| 48 | যি আনৰ ওপৰত নিৰ্ভৰ কৰে =পৰনিৰ্ভৰশীল |
| 49 | যি নিজৰ ওপৰত নিৰ্ভৰ কৰে=আত্মনিৰ্ভৰশীল; স্বাৱলম্বী |
| 50 | যাক কল্পনা কৰিব নোৱাৰি =কল্পনাতীত |
| 51 | যাৰ আদি নাই= অনাদি |
| 52 | যাৰ অন্ত নাই=অনন্ত |
| 53 | যাৰ সীমা নাই= অসীম |
| 54 | যি কম কথা কয়=মিতভাষী |
| 55 | দেউতাকৰসখিয়েক= তাৱৈ |
| 56 | যাক সহজে পোৱা যায়=সুলভ |
| 57 | যাৰ নাম নাই =অনামী |
| 58 | যাৰ সীমা আছে= সসীম |
| 59 | যাৰ কোনো সন্তান নাই – নিঃসন্তান। |
| 60 | কঁঠালৰ সৰু সৰু কলি – মুচি । |
| 61 | নিচেই সৰুতে মাক অথবা বাপেক মৰা সন্তান – মাউৰা। |
| 62 | নিচেই সৰুতে মাক-বাপেক মৰা নিৰাশ্ৰয় সন্তান – ঘাট-মাউৰা ৷ |
| 63 | বেঙৰ নেজ থকা সৰু পোৱালি – লালুকী । |
| 64 | গড়ৈ মাছৰ সৰু সৰু পোৱালি – গড়ৈচিৰিকা। |
| 65 | কাৱৈ মাছৰ সৰু পোৱালি – কাৱৈটিলা ৷ |
| 66 | মাগিলেও ভিক্ষা নোপোৱা সময় = দুৰ্ভিক্ষা |
| 67 | জন্মৰ পৰা অন্ধ যি = জন্মান্ধ |
| 68 | যি এটা চকুৰে নেদেখে = কণা |
| 69 | দুয়োটা চকুৰে নেদেখা লোক = অন্ধ |
| 70 | যি কথা কব নোৱাৰে = মুক; বোবা |
| 71 | যি শুনাও নাপায়; কথাও ক’ব নোৱাৰে = মুকবধিৰ |
| 72 | শাৰীৰিকভাৱে অক্ষম যি = প্ৰতিবন্ধী |
| 73 | যাৰ মাক পিতাক মৰিছে = মাউৰা |
| 74 | যি পুৰুষৰ তিৰোতা মৰিছে = বৰলা; বিপত্নীক |
| 75 | যাক পৰিহাৰ কৰিব নোৱাৰি=অপৰিহাৰ্য |
| 76 | যাৰ ধাৰ আছে =ধাৰুৱা |
| 77 | যি গাঁৱত থাকে = গাঁৱলীয়া |
| 78 | যি বিদেশত থাকে = প্ৰবাসী |
| 79 | বিদেশৰপৰা অহা লোক = বিদেশী |
| 80 | তাৱৈৰ ঘৈণীয়েক=আমৈ |
| 81 | যি আনৰ অধীন নহয়= স্বাধীন |
| 82 | যি আনৰ অধীন=পৰাধীন |
| 83 | গৰু বন্ধা ঘৰ=গোহালি |
| 84 | ঘোঁৰা বন্ধা ঘৰ=অস্তাবল |
| 85 | যি পথৰ পৰা বিচলিত= পথভ্ৰষ্ট |
| 86 | যি কথাৰ অৰ্থ নাই=অৰ্থহীন; নিৰৰ্থক |
| 87 | যাক বৰ্ণনা কৰিব নোৱাৰি=অবৰ্ণনীয় |
| 88 | যাক বাৰণ কৰিব নোৱাৰি =অনিবাৰ্য |
| 89 | যাক লংঘন কৰিব নোৱাৰি=অলংঘ্য |
| 90 | যাক দেখা নাযায়=অদৃশ্য |
| 91 | যাক সহজে লাভ কৰিব নোৱাৰি=দুৰ্লভ |
| 92 | যি ভয় নকৰে = নিৰ্ভীক |
| 93 | আনৰ ভাল দেখিব নোৱাৰা = চকুচৰহা, পৰশ্ৰীকাতৰ |
| 94 | একে গুৰুৰ শিষ্য = হৰিভকত, সতীৰ্থ |
| 95 | একে শ্ৰেণীতে পঢ়া = সহপাঠী |
| 96 | একে মাকৰ সন্তান = সহোদৰ, সোদৰ |
| 97 | গোটেই জীৱন জুৰি = আজীৱন |
| 98 | যি তিৰোতাৰ পুৰুষ মৰিছে = বিধৱা |
| 99 | স্বামী থকা তিৰোতা = সধৱা; আয়তী |
| 100 | নাম গোৱা তিৰোতা = নামতী |
| 101 | বিহুৰ আগ দিনা = উৰুকা |
| 102 | শিং নথকা গৰু = লাওমূৰা |
| 103 | হাল বোৱা গৰু = বলধ |
| 104 | ঠেং নথকা ভেকুলীৰ পোৱালি=লালুকী |
| 105 | স্মৰণ কৰিবলগীয়া=স্মৰণীয় |
| 106 | যাৰ বিয়া হোৱা নাই=অবিবাহিত;আবিয়ৈ |
| 107 | দুই ঘৰৰ মাজৰ ঠাই = দোঘোৰা |
| 108 | ঘৰৰ চালৰ পানী পৰা ঠাই = পানী পচা |
| 109 | এবাৰ ফল দি মৰা গছ = ওষধি |
| 110 | দুই বছৰৰ মূৰত পোৱালি দিয়া গাই = দুৰচী;দোৰাহী |
| 111 | পনীয়া গাখীৰ দিয়া গাই = জলাহী |
| 112 | যি জলত চৰে=জলচৰ |
| 113 | যি স্থলত চৰে=স্থলচৰ |
| 114 | জল আৰু স্থল উভয়তে চৰে যি=উভচৰ |
| 115 | যি কণীৰপৰা জন্মে=অণ্ডজ |
| 116 | ঈশ্বৰক বিশ্বাস কৰা লোক=আস্তিক |
| 117 | ঈশ্বৰক বিশ্বাস নকৰা লোক=নাস্তিক |
| 118 | গান গোৱা লোক=গায়ক |
| 119 | খেলা ধুলা কৰা লোক=খেলুৱৈ |
| 120 | মাটিৰ বাচন বৰ্তন তৈয়াৰ কৰা লোক=কুমাৰ |
| 121 | লোৰ সামগ্ৰী তৈয়াৰ কৰা লোক=কমাৰ |
| 122 | যি ফল কেঁচাও নহয় পকাও নহয়= ডহেচীয়া |
| 123 | মাৰ ভনীয়েক =মাহী |
| 124 | দেউতাৰ ভনীয়েক=পেহী |
| 125 | মাৰ সতিনীয়েক=বিমাতা, মাহীমা |
| 126 | ককাৰ দেউতাক=আজোককা |
| 127 | যাৰ বিয়া হৈছে=বিবাহিত |
| 128 | জিভাৰে চেলেকি চাব পৰা বস্তু = লেহ্য |
| 129 | জন্তুৰ নিচিনা যি=জান্তব |
| 130 | যি গৰমো নহয় ঠাণ্ডাও নহয় =কুহুমীয়া |
| 131 | যি বতৰ শীতো নহয় উষ্ণও নহয়=নাতিশীতোষ্ণ |
| 132 | যি দিনত নেদেখে = দিনকণা |
| 133 | যি ৰাতি নেদেখে = কুকুৰীকণা |
| 134 | কঁঠালৰ সৰু কলি =মুচি |
| 135 | খাবলৈ অনা সৰু কলপুলি=পচলা |
| 136 | দাঁত ওলোৱা হাতী=দঁতাল |
| 137 | মাছ মৰা লোক=মাছুৱৈ; মাছমৰীয়া |
| 138 | কাঁহৰ সামগ্ৰী তৈয়াৰ কৰা লোক=কঁহাৰ |
| 139 | সোণ ৰূপৰ অলংকাৰ তৈয়াৰ কৰা লোক=স্বৰ্ণকাৰ; সোণাৰী |
| 140 | চিকিৎসা কৰা লোক=চিকিৎসক |
| 141 | গাঁৱৰ মুখিয়াল ব্যক্তি=গাঁওবুঢ়া |
| 142 | যি উপকাৰ কৰে=উপকাৰী |
| 143 | যি সকলোৰে মাজত প্ৰিয়=লোকপ্ৰিয় |
| 144 | যাক সকলোৱে জানে=বিখ্যাত |
| 145 | যাক কোনেও নাজানে=অখ্যাত; অজ্ঞাত |
| 146 | কবনলগীয়া কথা; যাক কব নোৱাৰি=অবাচ্য; অকথ্য |
| 147 | যাক শুনিব নোৱাৰি=অশ্ৰাব্য |
| 148 | যাৰ জ্ঞান আছে=জ্ঞানী |
| 149 | উপকাৰীৰ উপকাৰ স্বীকাৰ নকৰা লোক=কৃতঘ্ন; অকৃতজ্ঞ |
| 150 | বৰষুণ নোহোৱা বতৰ=খৰাং |
| 151 | যাৰ কোনো নাই=অনাথ |
| 152 | ৰাতিপুৱাই স্মৰণ কৰাৰ যোগ্য=প্ৰাতঃস্মৰণীয় |
| 153 | যি একো নাজানে=অজ্ঞ |
| 154 | যি সকলো জানে=সৰ্বজ্ঞ; সৰ্বজান |
| 155 | যাৰ হাত আঁঠুলৈ আহে=অজানুলম্বিত |
| 156 | যি এই লোকৰ নহয়=অলৌকিক |
| 157 | দেৱতাৰ গুণ সমৃদ্ধ=দৈৱীয় |
| 158 | উপকাৰীৰ উপকাৰ স্বীকাৰ কৰা লোক=কৃতজ্ঞ; অকৃতঘ্ন |
| 159 | গৰু চৰোৱা লোক=গৰখীয়া |
| 160 | হাতী চৰোৱা লোক=মাউত |
| 161 | যি আগতে হোৱা নাই বা ঘটা নাই=অভূতপূৰ্ব |
| 162 | যি আগতে হৈছে বা ঘটিছে=ভূতপূৰ্ব |
| 163 | যি কেবল নিজৰ কথা ভাৱে=স্বাৰ্থপৰ; আপোনপেটা |
| 164 | যি আনৰ হিতৰ কথা ভাৱে=পৰহিতৈষী |
| 165 | ৰ’দত শুকোৱাসৰিয়হৰ শুকান বঁটা=কাঁহুদি |
| 166 | য’ত কোনো মানুহ নাই=নিৰ্জন |
| 167 | দেশক ভাল পোৱা মানুহ=দেশভক্ত |
| 168 | দেশৰ অপকাৰ কৰা মানুহ=দেশদ্ৰোহী |
| 169 | দেশৰ বাবে মৃত্যুবৰণ কৰা লোক=শ্বহীদ |
| 170 | যাৰ ধন আছে=ধনী |
| 171 | যাৰ মান আছে=মানী |
| 172 | যাৰ ঋণ আছে=ঋণী |
| 173 | যাৰ ঘৰ বাৰী নাই=অঘৰী |
| 174 | যাৰ একো নাই=নিঃস্ব |
| 175 | য’ত যাব নোৱাৰি=দুৰ্গম |
| 176 | য’ত যাব পাৰি=সুগম |
| 177 | যি বহুত কথা কয়= বহুবল্কী |
| 178 | যি কথা ক’ব জানে; কথা সজাই ক’ব পৰা লোক=কথাচহকী |
| 179 | যাক আগতে শুনা নাই=অশ্ৰুতপূৰ্ব |
| 180 | যাক গণনা কৰিব নোৱাৰি=অগণন |
| 181 | যাক কথাৰে প্ৰকাশ কৰিব নোৱাৰি=অনিৰ্বচনীয় |
| 182 | যি কথা বিশ্বাস কৰিব নোৱাৰি=অবিশ্বাস্য |
| 183 | যাক বধ কৰিব পৰা নাযায় = অবধ্য |
| 184 | যি খুউব বেছি দীঘল নহয় = নাতিদীৰ্ঘ |
| 185 | যাৰ মৰণ নাই=অমৰ |
| 186 | যাৰ ভয় আছে=ভয়াতুৰ |
| 187 | স্কুলত পঢ়া ল’ৰা ছোৱালী=ছাত্ৰছাত্ৰী |
| 188 | যাৰ শত্ৰু নাই=অজাতশত্ৰু |
| 189 | যি ইন্দ্ৰিয়ক দমন কৰিছে=জিতেন্দ্ৰিয় |
| 190 | শাক পাচলি কৰা ঠাই=শাকনি |
| 191 | ধান খেতি কৰা ঠাই=ধাননি |
| 192 | যাক নিমিষতে ভঙ্গ কৰিব পাৰি = ক্ষণভঙ্গুৰ |
| 193 | যি কাম কৰা উচিত=কৰ্তব্য |
| 194 | যি পুৰি নাযায় = অদাহ্য |
| 195 | যি নিয়মমতে খৰচ কৰে = মিতব্যয়ী |
| 196 | যি মাটি ফুটি ওলায় = উদ্ভিদ |
| 197 | যি বিদ্যালাভ কৰিছে = কৃতবিদ্য |
| 198 | বহুতৰ মাজত প্ৰধান = শ্ৰেষ্ঠ |
| 199 | যাক দিব পৰা নাযায় = অদেয় |
| 200 | যাৰ ধৰ্মত মতি আছে=ধৰ্মপৰায়ণ |
| 201 | বিষ্ণুক উপাসনা কৰা লোক = বৈষ্ণৱ |
| 202 | শিৱক উপাসনা কৰা লোক = শৈৱ |
| 203 | শক্তিক উপাসনা কৰা লোক = শাক্ত |
| 204 | যি সহজে জীণ নাযায় = অজীৰ্ণ; গুৰুপাকী |
| 205 | যি অইন ফালে মন দিয়ে = অন্যমনস্ক |
| 206 | শৰৎ কালত হোৱা = শাৰদীয় |
| 207 | যি অলপতে শুনে = শহাকণীয়া |
| 208 | যি কাৰো পক্ষত নাথাকে = নিৰপক্ষ |
| 209 | যি নিশা চৰে = নিশাচৰ |
| 210 | যি সহ্য কৰিব পাৰে = সহনশীল |
| 211 | যি মিছা কথা কয় = মিছলীয়া |
| 212 | যি ঘৰত ওপজে = ঘৰ-ওপজা |
| 213 | যি বনত ওপজে = বনজ |
| 214 | যি নগৰত থাকে = নগৰীয়া |
| 215 | বহুতো ল’ৰা ছোৱালী একেলগে পঢ়া ঘৰ=পঢ়াশালি |
| 216 | বিদ্যা শিক্ষা কৰা ঘৰ=বিদ্যালয় |
| 217 | যি আনলৈ মন দি থাকে=? |
| 218 | পকী ঘৰ নিৰ্মাণ কৰা লোক= ৰাজমিস্তিৰি |
| 219 | ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো কে সমান দেখা জন= |
| 220 | যি গুণীৰ গুণ বুজে = গুণগ্ৰাহী |
| 221 | বাটে বাটে যোৱা মানুহ = বাটৰুৱা |
| 222 | যি কাম কাজত পাকৈত = কাজী |
| 223 | একে সময়তে হোৱা = সমসাময়িক |
| 224 | ভৱিষ্যত চিন্তা কৰিব পৰা লোক = দূৰদৰ্শী |
| 225 | পি খোৱা বস্তু = পেয় |
| 226 | বুকুৰে বগাই যোৱা প্ৰাণী = সৰীসৃপ |
| 227 | যি বিশ্বজনৰ বাবে ভাল = বিশ্বজনীন |
| 228 | যি সৰ্বাংগ ব্যাপি আছে = সৰ্বাংগীণ |
| 229 | ফুল থোৱা পাত্ৰ = ফুলদানি |
| 230 | যি কথা কোৱা উচিত = বক্তব্য; বচনীয় |
| 231 | জুই ধৰি ৰখা ঠাই = জুহাল |
| 232 | নিজৰ ওপজা ঠাই = জন্মভূমি |
| 233 | বস্তু বেচা কিনা কৰা ঠাই = বজাৰ |
| 234 | যাৰ সাহস আছে = সাহসী |
| 235 | যি ঈশ্বৰক বিশ্বাসী = আস্তিক |
| 236 | যি বিষ্ণুক উপাসনা কৰে = বৈষ্ণৱ |
| 237 | যাৰ ধৰ্মলৈ ভয় আছে = ধৰ্মভীৰু |
| 238 | কোনো কাৰ্য কৰিবলৈ স্থিৰ কৰা = কৃতসংকল্প |
| 239 | অশেষ মূল্য যাৰ = অমূল্য |
| 240 | দৰমহা নোলোৱাকৈ কৰা কাম = অবৈতনিক |
| 241 | যোৱাৰ উচিত বা যোগ্য = গন্তব্য; গমনীয় |
| 242 | কাপোৰ বব জনা তিৰোতা = শিপীনী |
| 243 | একে মাকৰ সন্তান = সহোদৰ |
| 244 | যি সঁচা কথা কয় = সত্যবাদী। |
| 245 | যাক দেখা নাযায় = অদৃশ্য |
| 246 | যাৰ পিছত জন্ম = অনুজ |
| 247 | ধান থোৱা ঠাই = ভঁৰাল ৷ |
| 248 | অ’ত ত’ত ঘুৰি ফুৰা লোক = অঘৰী ৷ |
| 249 | কাৰো নাম নোলোৱাকৈ দিয়া গালি = গুৱালগালি ৷ |
| 250 | গৰু বন্ধা ঠাই = গোহালি ৷ |
| 251 | বাপেকৰ সখিয়েক = তাৱৈ ৷ |
| 252 | তাৱৈৰ ঘৈণীয়েক = আমৈ ৷ |
| 253 | যি আনৰ অধীন নহয় = স্বাধীন ৷ |
| 254 | যি পথৰ পৰা বিচলিত = পথভ্ৰষ্ট ৷ |
| 255 | যি কথাৰ অৰ্থ নাই = নিৰৰ্থক ৷ |
| 256 | যাক কল্পনা কৰিব নোৱাৰি = কল্পনাতীত ৷ |
| 257 | যাৰ আদি নাই = অনাদি ৷ |
| 258 | যাৰ সীমা নাই = অসীম |
| 259 | যাক বৰ্ণনা কৰিব নোৱাৰি = অবৰ্ণনীয় ৷ |
| 260 | যাক বাৰণ কৰিব নোৱাৰি = অনিবাৰ্য ৷ |
| 261 | যাক লংঘন কৰিব নোৱাৰি = অলংঘ্য ৷ |
| 262 | যি জনে ভিক্ষাৰে জীৱন নিৰ্বাহ কৰে = ভিক্ষাৰী ৷ |
| 263 | যি নগৰত থাকে = নগৰীয়া ৷ |
| 264 | আঁঠুলৈ বৈ পৰা = আজানুলম্বিত ৷ |
| 265 | ভেকুলীৰ পোৱালি = লালুকি ৷ |
| 266 | যি ফল কাঁচাও নহয় পকাও নহয় = ডাহেচীয়া ৷ |
| 267 | দেউতাৰ ভনীয়েক = পেহী ৷ |
| 268 | কাৱৈ মাছৰ সৰু পোৱালী = কাৱৈচোকোৰা বা কাৱৈতিলা ৷ |
| 269 | ৰৌ মাছৰ সৰু = ৰৌমণি ৷ |
| 270 | মাছৰ পোৱালি পোনা ৷ |
| 271 | গৰৈ মাছৰ সৰু পনা = গৰৈচিৰিকা ৷ |
| 272 | মাৰ ভনীয়েক = মাহী ৷ |
| 273 | খাৰণি সনা সৰিহৰ গুৰি = খাৰলি ৷ |
| 274 | দাঁত ওলোৱা হাতী = দঁতাল ৷ |
| 275 | মাগুৰ মাছৰ সৰু = মাগুৰজালি ৷ |
| 276 | শ’ল মাছৰ সৰু = শ’লঠাৰি ৷ |
| 277 | ধানৰ বাকলি = তুঁহ ৷ |
| 278 | গোচৰ তৰা মানুহ = গোচৰীয়া ৷ |
| 279 | গোটেই জীৱন জুৰি = অজীৱন ৷ |
| 280 | নাটক লিখা মানুহ = নাট্যকাৰ ৷ |
| 281 | যি কথাৰ অৰ্থ নাই = নিৰৰ্থক ৷ |
| 282 | গুৰি সৰিয়হেৰে কৰা খাদ্য = কাঁহুদি ৷ |
| 283 | ছবি অঁকা মানুহ = চিত্ৰকাৰ ৷ |
| 284 | গধুলি চকুৰে নেদেখা মানুহ = কুকুৰিকণা । |
| 285 | জন্তুৰ নিচিনা = জান্তৱ ৷ |
| 286 | চোবাই খোৱা বস্তু = চৰ্ব্য ৷ |
| 287 | কথাৰ লাগ-বান্ধ নথকা লোক = চেলেপু ৷ |
| 288 | যি ঠাইত মানুহ নাই = জনশূন্য ৷ |
| 289 | কাম কৰিবলৈ এলাহ কৰা মানুহ = এলেহুৱা ৷ |
| 290 | কবিতা লেখা মানুহ = কবি ৷ |
| 291 | চিঠি বিলাই ফুৰা মানুহ = পিয়ন ৷ |
| 292 | কাৰো লগত মিলিব নোৱাৰা লোক = অজীনপাতকী ৷ |
| 293 | ধৰ্মলৈ ভয় যাৰ = ধৰ্মভীৰু ৷ |
| 294 | যি গোন্ধ ভাল = সুগন্ধ ৷ |
| 295 | বাঁহ গাজৰ পৰা তৈয়াৰ কৰা খাদ্য — খৰিচা ৷ |
| 296 | যি পুৰুষ ভয়াতুৰ = কাপুৰুষ ৷ |
| 297 | নাৱত উঠি ব্যৱসায় কৰা লোক = মুদৈ ৷ |
| 298 | বহুত মানুহ একেলগে যোৱা = সমদল ৷ |
| 299 | নোহোৱা বস্তুৰ উদ্ভাৱন = আৱিস্কাৰ ৷ |
| 300 | পূৰ্ব জন্মৰ কথা যাৰ মনত আছে = জাতিস্মৰ ৷ |
| 301 | পুৱাই নাম ল’বলগীয়া = প্ৰাত:স্মৰণীয় ৷ |
| 302 | নিজে নিজে হোৱা = স্বয়ম্ভূ ৷ |
| 303 | যি আনৰ বস্তু বলেৰে কাঢ়ি নিয়ে = ডকাইত । |
| 304 | যি মাটিত উতপাদিত শক্তি নাই = অনুৰ্বৰা |
| 305 | যাক সহজতে লাভ কৰা যায় = সুলভ । |
| 306 | য’ত বহুতো ল’ৰা – ছোৱালীয়ে পঢ়ে = পঢ়াশালী । |
| 307 | যাক বুজিব পাৰি = বোধগম্য । |
| 308 | বৰষুণ নোহোৱা যি বতৰ = খৰাং । |
| 309 | আহাৰ জীৰ্ণ নোযোৱা কাৰণে হোৱা বেমাৰ = অজীৰ্ণ । |
| 310 | যি ঠাই অতি কষ্টেৰে লঙঘন কৰা যায় = দুৰ্লংঘ্য । |
| 311 | জুই ধৰি ৰখা যি ঠাই = জুহাল । |
| 312 | যাৰ নাম ৰাতিপুৱাই স্মৰণ কৰা উচিত = প্ৰাতঃ স্মৰণীয় । |
| 313 | যি ঠাইত অতি ঠাণ্ডাও নহয় , গৰমো নহয় = নাতিশীতোষ্ণ । |
| 314 | যাৰ একোৱেই নাই = নিঃস্ব । |
| 315 | যি তিৰোতাই ধান ৰোৱেই = ৰোৱনী । |
| 316 | যি তিৰোতাই ধান দায় = দাৱনী । |
| 317 | হঠাতে হোৱা যি ঘটনা = আকস্মিক । |
| 318 | যি মাটিত সাৰ নাই = অসাৰুৱা । |
| 319 | যি জন কৰ্মত বীৰৰ তুল্য = কৰ্মবীৰ । |
| 320 | যি জন সাহিত্যত সম্ৰাটৰ তুল্য = সাহিত্য – সম্ৰাট । |
| 321 | যি জনে বিয়া কৰোৱা নাই = আবিয়ৈ । |
| 322 | নোহোৱা বস্তু উদ্ভাৱন কৰোতা = আৱিষ্কাৰক। |
| 323 | যি ইন্দ্ৰিয় জয় কৰিব পাৰে = জিতেন্দ্ৰেয় । |
| 324 | মেলত যি পাৰ্গত = মেলেকী । |
| 325 | যি পুৰুষৰ ঘৈণীয়েক মৰিছে= বৰলা । |
| 326 | যি নিজক নিজে পণ্ডিত বুলি ভাবে = পণ্ডিতম্মন্য । |
| 327 | যি কৰ্ত্তব্য স্থিৰ কৰিব নোৱাৰে = হতবুদ্ধি । |
| 328 | একে সময়তে হোৱা = সমসাময়িক । |
| 329 | এবাৰ গুটি লাগি মৰা গছ = ওষধি । |
| 330 | লোকক দেখি পাছত যি কৰা যায় = অনুকৰণ । |
| 331 | লোকক দেখি পিছে পিছে যোৱা = অনুসৰণ । |
| 332 | লোকৰপৰা পোৱা নিন্দা = লোকনিন্দা । |
| 333 | সাহ যাৰ আছি = সাহসী । |
| 334 | বটা সাৰিয়হেৰে কৰা চাট্নি = কাহুঁদি । |
| 335 | মাটিৰ নিচেই সৰু টেকেলি = ভুৰুকা । |
| 336 | যি গুণীৰ গুণ বুজিব পাৰে = গুণগ্ৰাহী । |
| 337 | যাক ভেদ কৰিব নোৱাৰে = অভেদ্য। |
| 338 | যাক সহজে ভেদ কৰিব নোৱাৰে = দুৰ্ভেদ্য । |
| 339 | যি পৰৰ ঠাইত বাস পৰে = প্ৰবাসী । |
| 340 | যি কষ্ট সহিব পাৰে = কষ্টসহিষ্ণু । |
| 341 | যি উপকাৰী উপকাৰ স্বীকাৰ কৰে = কৃতজ্ঞ । |
| 342 | যাক সহজতে ভাঙিব পাৰে = ভংণ্ডৰ । |
| 343 | যি কোনো কাম কৰিব নোৱাৰে = অকৰ্মণ্য । |
| 344 | যি বিধিসন্মত = বৈধ । |
| 345 | প্ৰাণক পণ কৰি = প্ৰাণপণে । |
| 346 | যি ভবিষ্যত চিন্তা কৰিব নোৱাৰে = অদূৰদৰ্শী । |
| 347 | যি বাঢ়িবলৈ ধৰিছে = বৰ্দ্ধিষ্ণু । |
| 348 | যাৰ সকলো বস্তু অঁটাকে আছে = আটন্তিয়াৰ । |
| 349 | এটা সন্তান হোৱাৰপৰা আন এটা হোৱালৈকে সময় = আনজ । |
| 350 | যাৰ হাত আঁঠৰ তললৈকে পৰা = আজানুলম্বিত । |
| 351 | কাৰো নাম নধৰাকৈ পৰা গালি = গুৱাল-গালি । |
| 352 | যাৰ ধাৰ আছে = ধৰুৱা । |
| 353 | যাৰ সীমা নাই = অসীম । |
| 354 | যি আনফালে মন দিয়ে = অন্যমনস্ক । |
| 355 | যাক নিধাৰণ কৰিব নোবাৰি = অনিবাৰ্য । |
| 356 | যাক বৰ্ণনা কৰিব নোৱাৰি = অবৰ্ণনীয় । |
| 357 | যাৰ আদি নাই = অনাদি । |
| 358 | যাক পৰিত্যাগ কৰিব নোৱাৰি = অপৰিহাৰ্য । |
| 359 | যাক কল্পনা কৰিব নোৱাৰি = অকল্পনাতীত । |
| 360 | বধ কৰিবৰ ইচ্ছা = জিঘাংসা । |
| 361 | য়াৰ বিৱেচনা শক্তি নাই = অবিবেচক । |
| 362 | যি নিশাহে চৰে = নিশাচৰ । |
| 363 | যি জানিব খোজে বা জানিবলৈ আগ্ৰহী = জিজ্ঞাসু । |
| 364 | যিটো সুধিবলগীয়া =জিজ্ঞাস্য । |
| 365 | যাক মূল্য দি কিনিব নোৱাৰে = অমূল্য । |
| 366 | মাগিলেও ভিক্ষা নোপোৱা সময় = দুৰ্ভিক্ষ । |
| 367 | যি কাৰো পক্ষৰ বা ফলীয়া নহয়= নিৰপেক্ষ । |
| 368 | কোনো কথাৰ নিশ্চয় কৰিবলৈ পঠোৱা বিশ্বাসী মানুহ = সঁজাতী |
| 369 | একেজন গুৰুৰে শিষ্য = সতীৰ্থ। |
| 370 | যাৰ আগমন আহ্বান কৰা হয়= স্বাগত । |
| 371 | যাক বধ কৰা অনুচিত = অবধ্য । |
| 372 | যাৰ সীমা আছে বা যি সামাবদ্ধ = সসীম । |
| 373 | যাৰ অন্ত নাই = অনন্ত । |
| 374 | যি নিয়ম মতে খৰচ কৰে = মিতব্যয়ী । |
| 375 | যাৰ আশ্ৰয় নাই = নিৰাশ্ৰয় । |
| 376 | যি সহ্য কৰিব পাৰে = সহিষ্ণু । |
| 377 | যি গোচৰ তৰে = গুচৰীয়া । |
| 378 | যাৰ ওপৰত গোচৰ তৰে = পদকীয়া । |
| 379 | যি বিষ্ণুক উপাসনা কৰে = বৈষ্ণৱ । |
| 380 | যি শক্তিক উপাসনা কৰে = শাক্ত । |
| 381 | যি শিৱক উপাসনা কৰে = শৈৱ । |
| 382 | যি একো নাজানে = অজ্ঞ। |
| 383 | যি ভাষাত পাৰ্গত = ভাষাবিদ্ । |
| 384 | যি কণীৰপৰা জন্মে = অণ্ডজ । |
| 385 | যি একেলগে পঢ়ে = সহপাঠী । |
| 386 | যি নিজৰ পেটলৈহে চিন্তা কৰে = স্বাৰ্থপৰ । |
| 387 | যি সমাপ্ত হোৱা নাই = অসমাপ্ত । |
| 388 | য’ত কোনো মানুহ নাই = জনশূন্য । |
| 389 | যি তিনিও কালৰ কথা জানে=ত্ৰিকালজ্ঞ |
| 390 | যি যোগৰপৰা ভ্ৰষ্ট হৈছে = যোগভ্ৰষ্ট । |
| 391 | যি অলপতে শুনে = শহাকণীয়া । |
| 392 | যি অলপতে ভয় খায় = ভয়াতুৰ । |
| 393 | যি ঘৰত ধান থয় = ভঁৰাল । |
| 394 | যি নানা অভাৱত থাকে = অভাৱী । |
| 395 | জন্তুৰ নিচিনা = জান্তৱ । |
| 396 | যাৰ নাম নাই = অনামা । |
| 397 | যি নিয়মমতে খৰচ নকৰে = অমিতব্যয়ী । |
| 398 | নাম নিদিয়াকৈ দিয়া = বেনামী । |
| 399 | পনীয়া গাখীৰ দিয়া গাই = জলাহী । |
| 400 | বাঁহ-গাজ খুন্দি তৈয়াৰ কৰা খাদ্য-বস্তু = খৰিচা । |
| 401 | মিলি নোহোৱা গুৰি বা বস্তুৰ লগত থকা আধাখুন্দা গুৰি = খৰচি । |
| 402 | কৰিবলগীয়া কাম – কৰ্তব্য। |
| 403 | ষাক সহজে লাভ কৰা যায় – সুলভ। |
| 404 | য’লৈ যোৱা কষ্টসাধ্য = দুৰ্গম । |
| 405 | যি অনাই বনাই ঘূৰি ফূৰে = যাযাবৰ । |
| 406 | যাৰ পূৰ্বজন্মৰ কথা মনত আছে = জাতিস্মৰ । |
| 407 | যি মাটি ফুটি ওলায় = উদ্ভিদ । |
| 408 | যি কথা বিশ্বাস কৰিব নোৱাৰি = অবিশ্বাস্য । |
| 409 | যাৰ কথাৰ সাঁচ নাই = লগা । |
| 410 | যি মৰো মৰো অৱস্থা হৈছে = মুমুৰ্ষু । |
| 411 | যত মানুহ বেছি = জন-বহুল । |
| 412 | যাৰ মূৰত চুলি নাই = তপা । |
| 413 | যি ভিক্ষা কৰি জীৱন নিৰ্বাহ কৰে = ভিক্ষাৰী । |
| 414 | যি ধন খৰচ নকৰে = কৃপণ । |
| 415 | যি মাছ-মাংস খায়= আমিষাহাৰী । |
| 416 | যি মাছ-মাংস নাখায় = নিৰামিষাহাৰী । |
| 417 | ষাক পাবলৈ টান – দুৰ্লভ, দুষ্প্ৰাপ্য। |
| 418 | যাৰ পুত্ৰ নাই – অপুত্ৰক। |
| 419 | যি সংকল্প কৰিছে – কৃতসংকল্প। |
| 420 | যাৰ দয়া-মমতা নাই – নিৰ্দয়। |
| 421 | মাৰিবলৈ (বা হনন কৰিবলৈ কৰা ইচ্ছা – জিঘংসা। |
| 422 | যাৰ কোনো শত্ৰু নাই (বা শত্ৰু জন্মা নাই – অজাতশত্ৰু |
| 423 | যি গোচৰ তৰে – গুচৰীয়া। |
| 424 | যি সকলো জানে – সৰ্বজ্ঞ। |
| 425 | যিজনে ভাল-বেয়া বিচাৰ কৰিব নোৱাৰে – অবিৱেচক। |
| 426 | যাক পৰিহাৰ কৰিব নোৱাৰি – অপৰিহাৰ্য। |
| 427 | যি কথা কোৱা উচিত নহয় – অকথ্য। |
| 428 | যিজনে ইন্দ্ৰয় জয় কৰিব পাৰে – জিতেন্দৰিয়। |
| 429 | যি কথাৰ অৰ্থ নাই – অৰ্থহীন, নিৰৰ্থক। |
| 430 | যিজনে ভৱিষ্যৎ চিন্তা কৰিব পাৰে – দূৰদৰ্শী |
| 431 | যিজনে দূৰলৈ দেখে – দূৰদৰ্শী |
| 432 | যাৰ দুই হাত সমানে চলে – সব্যসাচী। |
| 433 | যি আগেয়ে হোৱা নাই – অভূতপূৰ্ব। |
| 434 | ধি অনাই-বনাই ঘূৰি ফুৰে – যাযাবৰ, অঘৰী। |
| 435 | যাৰ মূৰত চুলি নাই – তপামূৰা। |
| 436 | যি কোনো পক্ষ নলয় – নিৰপেক্ষ। |
| 437 | বি মৰোঁ মৰোঁ অৱস্থাত আছে – মুমূৰ্ষু। |
| 438 | যাৰ পূৰ্ব জন্মৰ কথা মনত আছে – জাতিস্মৰ |
| 439 | যি সমাপ্ত হোৱা নাই – অসমাপ্ত। |
| 440 | যি ৰণত মতলীয়া – ৰণমত্ত। |
| 441 | য’লৈ যোৱা টান –দু ৰ্গম। |
| 442 | যি কণীৰপৰা জন্মে – অণ্ডজ। |
| 443 | যি বিষ্ণুক পূজা কৰে – বৈষ্ণৱ। |
| 444 | যি শিৱক পূজা কৰে – শৈৱ। |
| 445 | যি শক্তিক পূজা কৰে – শাক্ত। |
| 446 | (কথা কোৱাৰ যি ইচ্ছা – বিবক্ষা। |
| 447 | নিজে নিজে হোৱা – স্বয়স্তু। |
| 448 | পি্ খোৱা বস্তু – পেয়। |
| 449 | সীমা নথকা – অসীম। |
| 450 | মাটিৰে নিৰ্মিত – মৃন্ময়। |
| 451 | মেলত পাৰ্গত – মেলেকী। |
| 452 | হতভাগ্য যাৰ – হতভগা। |
| 453 | ধান ৰোৱা তিৰোতা – ৰোৱনী। |
| 454 | ধান দোৱা তিৰোতা – দাৱনী। |
| 455 | বীণা আছে পাণিত (হাতত যাৰ – বীণাপাণি। |
| 456 | দেশৰ ভালৰ কাৰণে কাম কৰা মানুহ – দেশকৰ্মী। |
| 457 | দেশৰ কামত মৃত্যু বৰণ কৰা মানুহ – ছহিদ্ (শ্বহীদ্। |
| 458 | পথৰপৰা যি বিচলিত হৈছে – পথজৰষ্ট। |
| 459 | নোহোৱা বস্তু যি উলিয়ায় – আৱিষ্কাৰক, উদ্ভাৱক। |
| 460 | ৰূপেৰে নিৰ্মিত বা ৰূপ চৰোৱা – ৰূপোৱালী। |
| 461 | সোণেৰে নিৰ্মিত বা সোণ চৰোৱা – সোণোৱালী। |
| 462 | দেশক ভাল পোৱা মানুহ – দেশ-ভক্ত, দেশ-প্ৰেমিক। |
| 463 | নিজৰ ওপৰত যি নিৰ্ভৰ কৰে – স্বাৱলম্বী, আত্মনিৰ্ভবশীল। |
| 464 | বহুত কল-গছ থকা ঠাই – কলনি। |
| 465 | আনৰ ভাল দেখিব নোৱাৰা – পৰশত্জীকাতৰ। |
| 466 | গোটেই জীৱন জুৰি – আজীৱন। |
| 467 | দীৰ্ঘকাল জীয়াই থকা – দীৰ্ঘজীৱী। |
| 468 | হঠাতে হোৱা ঘটনা – আকস্মিক। |
| 469 | বিহুৰ আগদিনা – উৰুকা। |
| 470 | লোকৰপৰা নিন্দা – লোকনিন্দা। |
| 471 | যি হিচাপমতে নচলে – বেহিচাপী। |
| 472 | ভিক্ষাৰ অভাৱ – দুৰ্ভিক্ষ। |
| 473 | ঘৰ নাই যাৰ – অঘৰী। |
| 474 | প্রৱাসত থকা মানুহ – প্রৱাসী, প্রৱসুৱা। |
| 475 | একে গুৰুৰ শিষ্য – সতীৰ্থ, হৰি ভকত। |
| 476 | সত্য কথা কোৱা মানুহ – সত্যবাদী। |
| 477 | ঈশ্বৰত যাৰ বিশ্বাস নাই – নাস্তিক। |
| 478 | যাৰ অন্ত নাই – অনন্ত। |
| 479 | বোকাত যাৰ জন্ম – পংকজ। |
| 480 | নিজৰ ৰূপ-যৌৱন লৈ গৌৰৱ কৰা তিৰোতা – মানিনী। |
| 481 | চ্লেকি খোৱা বস্তু – লেহ্য। |
| 482 | চোবাই খোৱা বস্তু – চব্য। |
| 483 | দৰমহা নোলোৱাকৈ কাম কৰা মানুহ – অবৈতনিক। |
| 484 | আনৰ দোষ দেখা স্বভাৱ – অসূয়া। |
| 485 | ভৰিৰপৰা মূৰলৈকে – আপাদমস্তক। |
| 486 | সখিয়েকৰ মাক – আমৈ। |
| 487 | বন্ধু-বান্ধৱৰ সৈতে – সবান্ধৱে (সবান্ধৱ। |
| 488 | কাৰো নাম নধৰাকৈ পৰা গালি – গুৱাল-গালি। |
| 489 | লোকক দেখি পাছত যি কৰে – অনুকৰণ ৷ |
| 490 | এটা সন্তান হোৱাৰ পিছত আৰু সন্তান নোহোৱা তিৰোতা – কাকবন্ধ্যা, বিয়ৈবীজী |
| 491 | ফুল নুফুলাকৈ গুটি হোৱা গছ। – বনস্পতি। |
| 492 | যি উপকাৰীৰ উপকাৰ স্বীকাৰ কৰে – কৃতজ্ঞ। |
| 493 | যি উপকাৰীৰ উপকাৰ স্বীকাৰ নকৰে – অকৃতজ্ঞ, কৃতত্ন। |
| 494 | যি পুৰুষৰ ঘৈণীয়েক মৰিছে – বৰলা। |
| 495 | যাক দেখা নাযায় – অদৃশ্য। |
| 496 | যি নাৰীৰ স্বামী মৰিছে – বিধৱা। |
| 497 | এবাৰ ফল দিয়াৰ পাছতে যি গছ মৰি যায় – ওষধি। |
| 498 | বিয়া নকৰোৱা মানুহ – অবিৱাহিত, বৰলা বা ডাং বৰলা। |
| 499 | একে উদৰৰপৰা বা একে মাকৰপৰা জন্ম যাৰ – সহোদৰ, সহোদৰা (স্নীলিঙ্গ। |
| 500 | পৰৰ অধীন – পৰাধীন। |
| 501 | পৰৰ মুখলৈ অপেক্ষা কৰা মানুহ – পৰমুখাপেক্ষী। |
| 502 | পৰৰ সৌভাগ্য দেখি যি কাতৰ হয় – পৰশম্জীকাতৰ। |
| 503 | যি গৰু-ম’হৰ গাড়ী চলায় – গাড়োৱান। |
| 504 | কানি খোৱা মানুহ – কানীয়া। |
| 505 | বাটেদি যোৱা মানুহ – বাটৰুৱা। |
| 506 | মিছা কথা কোৱা মানুহ – মিছলীয়া। |
| 507 | কাঁহৰ বাচন গঢ়োঁতা – কঁহাৰ ৷ |
| 508 | মাটিৰ বাচন সাজোঁতা – কুমাৰ ৷ |
| 509 | যি সকলে নাও বায় – নাৱৰীয়া। |
| 510 | যি জলত চৰে – জলচৰ । |
| 511 | ৰ্যি শত্ৰুক বধ কৰে – শত্ৰুঘ্ন। |
| 512 | ব্যাকৰণত যি পাৰদশী – বৈয়াকৰণিক, বৈয়াকৰণ। |
| 513 | যাক সহজে লঙ্ঘন কৰিব নোৱাৰি – অলঙ্ঘ্য । |
| 514 | অতিশয় শীতো নহয় অতিশয় উষ্ণও নহয় – নাতিশীতোষ্ণ। |
| 515 | যিজনে আইন জানে – আইনজ্ঞ। |
| 516 | যাৰ কোনো সন্তান নাই – নিৰ্বংশ। |
| 517 | যিজনী তিৰোতাৰ ল’ৰা-ছোৱালী (সন্তান নহ’ল – বাঁজী। |
| 518 | গাখীৰ ,মিঠাই বেচা মানুহক=? |
| 519 | যি ঠাইত পূজা কৰা হয়=? |
| 520 | যি বস্তু দিব পৰা নাযায়=? |
| 521 | চুহি খোৱা বস্তু=? |
| 522 | নাও বনোৱা মানুহ=? |
| 523 | জন্তুৰ ঘাঁহ যোগান ধৰা মানুহ=? |
| 524 | যি বাহ বেতৰ কাম কৰে=? |
| 525 | যি ৰাতি ফুলে=? |
| 526 | যি জন্ম হয় মৃত্যু বৰণ কৰে=? |
| 527 | কোনো কথা কবলৈ পঠোৱা বিশ্বাসী মানুহ=? |
ইয়াত নথকাবোৰ দিবলৈ কমেন্টত লিখক।
