লৌহ মানৱ :- মদন মোহন মালব্য
|
| ৰাজাজী :- চক্ৰৱত্তী ৰাজা গোপালাচাৰী |
| লোকপ্ৰিয় :- গোপীনাথ বৰদলৈ |
| দেশভক্ত :- তৰুণৰাম ফুকন |
| ৰসৰাজ, সাহিত্যৰথী :- লক্ষ্মীনাথ বেজবৰুৱা |
| কৰ্মবীৰ :- নবীন চন্দ্ৰ বৰদলৈ |
| কলাগুৰু :- বিষ্ণু প্ৰসাদ ৰাভা |
| ৰূপকোঁৱৰ :- জ্যোতিপ্ৰসাদ আগৰৱালা |
| অসম কেশৰী :- অম্বিকাগিৰি ৰায়চৌধুৰী |
| বিহগী কবি :- ৰঘুনাথ চৌধাৰী |
| বকুল বনৰ কবি :- আনন্দ্ৰ চন্দ্ৰ বৰুৱা |
| শেৱালি কবি :- ৰত্নকান্ত বৰকাকতী |
| বনকোঁৱৰ :- আনন্দিৰাম দাস |
| সৰস্বতী :- নিৰ্মলপ্ৰভা বৰদলৈ |
| ক্ৰিকেটৰ ভগৱান :- শচীন ৰমেশ তেণ্ডুলকাৰ |
| হকী যাদুকৰ :- ধ্যান চান্দ |
| সুগন্ধি পখিলাৰ কবি :- হীৰেণ ভট্টাচাৰ্য |
| ধিং এক্সপ্ৰেছ :- সীমা দাস |
| ফ্লাইং শিখ :- মিলখা সিংহ |
| উপন্যাস সম্ৰাট :- ৰজনীকান্ত বৰদলৈ |
| নটসূৰ্য্য :- ফণী শৰ্মা |
| বাগ্মীবৰ :- নীলমণি ফুকন |
| ভাঙনি কোঁৱৰ :- আনন্দ চন্দ্ৰ আগৰৱালা |
| বিপ্লৱী কবি, বিদ্ৰোহী কবি :- প্ৰসন্নলাল চৌধুৰী |
| অগ্নি কবি :- কমলাকান্ত ভট্টাচাৰ্য |
| অসম গৌৰৱ :- হেম বৰুৱা |
| কথা শিল্পী :- আব্দুল মালিক |
| নাট্য প্ৰভাকৰ :- সত্যপ্ৰসাদ বৰুৱা |
| সিংহ পুৰুস :- ৰাধা গোবিন্দ বৰুৱা |
| নিজৰাৰ কবি :- শৈলধৰ ৰাজখোঁৱা |
| লোকমান্য :- বালগঙ্গাধৰ তিলক |
| দেশবন্ধু :- চিত্তৰঞ্জন দাস |
| পণ্ডিত জী, চাচা :- জৱাহৰলাল নেহৰু |
| লোকনায়ক :- জয় প্ৰকাশ নাৰায়ন |
| সীমান্ত গান্ধী :- খান আব্দুল গফৰ খান |
| পঞ্জাৱ কেশৰী :- লালা লাজপত ৰায় |
| গুৰু দেৱ :- কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ |
| বাপু, মহাত্মা :- মোহনদাস কৰমচাঁদ গান্ধী |
| নাইটিঙ্গেল, লেডী অব দ্যা লেম্প :- সৰোজনী নাইডু |
| নেতাজী :- সুভাষ চন্দ্ৰ বসু |
| জ্ঞান মালিনীৰ কবি :- মফিজুদ্দিন আহমদ হাজৰিকা |
| ফুলনিৰ কবি :- পদ্মনাথ চলিহা |
| লৌহ মানৱ :- বিষ্ণুৰাম মেধি |
| ৰসাল কবি :- দণ্ডিনাথ কলিতা |
| বনফুলৰ কবি :- যতীন্দ্ৰ নাথ দুৱৰা |
| সংগীতচাৰ্য :- লক্ষ্মীৰাম বৰুৱা |
| খৰিকা জাঁইৰ কবি :- ভবানন্দ ৰাজখোঁৱা |
| অভিনয়চাৰ্য :- ব্ৰজনাথ শৰ্মা |
| কবিতা কোঁৱৰ :- অম্বেশ্বৰ চেতিয়া ফুকন |
| ত্যাগবীৰ :- হেমচন্দ্ৰ বৰুৱা |
| পাপৰিৰ কবি :- গণেশ চন্দ্ৰ গগৈ |
| গীত কবি :- পাৰ্ৱতি প্ৰসাদ বৰুৱা |
| ধ্বনি কবি :- বিনন্দ্ৰ চন্দ্ৰ বৰুৱা |
| প্ৰতিমাৰ খনিকৰ :- চন্দ্ৰকুমাৰ আগৰৱালা |
| লোক নায়ক :- অমিয় কুমাৰ দাস |
| বীৰবালা :- কনকলতা |
| শোণিত কোঁৱৰ :- গজেন বৰুৱা |
| দেশপ্ৰাণ :- লক্ষ্মীধৰ শৰ্মা |
| জননায়ক :- দেৱেশ্বৰ শৰ্মা |
| পথাৰৰ কবি :- ৰাম গগৈ |