বিশেষ্য বিশেষণৰ পৰিৱৰ্তন | বিশেষণৰ পৰা বিশেষ্য় | পদ পৰিবৰ্তন কৰা
বিশেষ্য বিশেষণৰ পৰিৱৰ্তন |
বিশেষ্য বিশেষণৰ পৰিৱৰ্তন:
বিশেষ্য বিশেষণ
- অন্তৰ – আন্তৰিক
- অগ্নি – আগ্নেয়
- অপকাৰ – অপকৃত
- আদৰ – আদৃত
- অৰণ্য – আৰণ্য
- আঘাত – আহত
- অন্ত – অন্তিম
- অৰুণ – অৰুণিমা
- অনুষ্ঠান – অনুষ্ঠিত
- অগ্ৰ – অগ্ৰিম
- আদি – আদ্য
- অনুবাদ – অনুদিত
- অধুনা – আধুনিক
- অনুৰাগ – অনুৰক্ত
- অধ্যয়ন – অধীত
- অনুভৱ – অনুভূত
- আয়ু – আয়ুষ্মান
- অংশ – আংশিক
- আহ্বান – আহূত
- আক্রমণ-আক্রান্ত
- অৰণ্য-আৰণ্য, আৰণ্যক
- ইচ্ছা -ঐচ্ছিক
- ইতিহাস – ঐতিহাসিক
- উত্তাপ – উত্তপ্ত
- উপকাৰ – উপকৃত
- উচ্ছ্বাস – উচ্ছ্বাসিত
- উল্লাস- উল্লাসিত
- উন্মাদনা – উন্মত্ত
- কৰ্ম – কমী
- কথা – কথকী
- কন্টক – কন্টকিত
- কৃষি – কৃষিজাত
- কাঁইত – কাঁইটীয়া
- কুল – কৌলিক
- কন্ঠ – কন্ঠ্য
- কপাহ – কপাহী
- কায় – কায়িক
- খনি – খনিজ
- খণ্ড – খণ্ডিত
- গান – গেয়
- গ্ৰহণ – গৃহীত
- গো – গব্য
- গ্ৰাম – গ্ৰাম্য
- গাঁও – গাঁৱলীয়া
- ঘৃণা – ঘৃণ্য
- ঘৰ – ঘৰচীয়া
- ঘন- ঘনিমা
- চকু – চাক্ষুষ
- চালাকি – চালাক
- চন্দ্ৰ – চান্দ্ৰ
- চোৰ – চোৰাং
- ছেদ – ছিন্ন
- জ্ঞান – জ্ঞাত
- জল – জলীয়
- জন্ম – জাত
- জাতি – জাতীয়
- জয় – জয়ী
- জন্তু – জান্তৱ
- তমঃ – তামসিক
- তাপ – তপ্ত
- তেজ – তেজী
- তনু – তনিমা
- ত্ৰাস – ত্ৰস্ত
- তালু – তালব্য
- দিন – দৈনিক
- দৰ্শন – দৃষ্ট
- দাঁত – দন্ত্য
- দেৱ – দৈৱ
- দহন – দাহ্য
- দান – দত্ত
- দেহ – দৈহিক
- দণ্ড – দণ্ডনীয়
- ধন – ধনী
- ধৰ্ম – ধাৰ্মিক
- পুৰস্কাৰ – পুৰস্কৃত
- পৰ – পৰকীয়া
- প্ৰশ্ন – পৃষ্ট
- পুষ্প – পুষ্পিত
- পূৰ্ব – প্ৰাচ্য
- পচম – পচমী
- প্ৰমাণ – প্ৰামাণ্য
- পৰিধান – পৰিহিত
- পশ্চিম – পাশ্চাত্য
- পুৰ – পৌৰ
- পিশাচ – পৈশাচিক
- পংক – পংকিল
- পশু – পাশৱিক
- পৃথিৱী – পাৰ্থিৱ
- প্ৰত্যয় – প্ৰতীত
- প্ৰসাদ – প্ৰসন্ন
- পতন – পতিত
- ফেন – ফেনিল
- ফন্দি – ফন্দিয়ক
- ফল – ফলিত
- বাষ্প – বাষ্পীয়
- বিধি – বৈধ
- বধ – বধ্য়
- বচন – বচনীয়
- বিষাদ – বিষণ্ণ
- বেদ – বৈদিক
- বন – বন্য
- ব্যৱহাৰ – ব্যৱহাৰিক
- বস্তু – বাস্তৱ
- বৰ – বৰণীয়
- বিষাদ – বিষণ্ণ
- বিমান – বৈমানিক
- বিধান – বিধানিক
- নৰক – নাৰকীয়
- নিশা – নৈশ
- নগৰ – নগৰীয়া
- নাম – নামী
- ভূগোল – ভৌগোলিক
- ভাত – ভতুৱা
- ভোজন – ভুক্ত
- ভয় – ভীত
- ভূত – ভৌতিক
- ভূমি – ভৌম
- ভেদ – ভিন্ন
- মাটি – মটীয়া
- মন – মানসিক
- মধু – মধুৰ
- মায়া – মায়াবী
- মৰম – মৰমী
- মুখ – মুখ্য
- মংগল – মাংগলিক
- মনীষা – মনীষী
- যোগ – যৌগিক
- লোম – লোমশ
- লয় – লীন
- লাজ – লাজুক, লাজকুৰীয়া
- লজ্জা – লজ্জিত
- লোক – লৌকিক
- লাভ – লব্ধ, লুভীয়া
- শান্তি – শান্ত
- শৰং – শাৰদ
- শংকা – শংকিত
- শ্ৰদ্ধা – শ্ৰদ্ধেয়
- শাস্ত্ৰ – শাস্ত্ৰীয়
- শ্ৰম – শ্ৰান্ত
- শৰীৰ – শাৰীৰিক
- সাহিত্য – সাহিত্যিক
- সূৰ্য – সৌৰ
- সময় – সাময়িক
- স্নায়ু – স্নায়ৱিক
- সন্ধ্যা – সান্ধ্য
- সংযম – সংযত
- সাহ – সাহসী
- স্ত্ৰী – স্ত্ৰৈণ
- হৰণ – হৃত
- হৃদয় – হাৰ্দ্য
বিশেষণৰ পৰা বিশেষ্য়:
বিশেষণ বিশেষ্য়
- অলস – আলস্য
- আসক্ত – আসক্তি
- অধম -অধমতা
- অতিশয় – আতিশয্য
- অধিক – আধিক্য
- আকৰিক – আকৰ
- এক -একতা
- উদাৰ – উদাৰতা
- উজ্জ্বল – উজ্জ্বলতা
- উচিত – ঔচিত্য
- উত্তপ্ত – উত্তাপ
- উংকৃষ্ট – উংকৰ্ষ
- কপত – কপটতা
- কুশল – কৌশল
- কিশোৰ – কৈশোৰ
- কৃতী – কৃতিত্ব
- কঠিন – কঠিনতা
- গম্ভীৰ – গাম্ভীৰ্য
- গুৰু – গুৰুত্ব
- তৰুণ -তাৰুণ্য
- তৰল – তৰলতা
- তপত -তাপ
- টেঙৰ -টেঙৰালি
- প্ৰৱল – প্ৰাৱল্য
- পীত – পীতক
- প্ৰিয় – প্ৰেম
- ভ্ৰম – ভ্ৰাম্য
- ভাল -ভালৰি
- মধুৰ – মধুৰতা
- মন্দ – মন্দতা
- মহট – মহিমা
- মূৰ্খ – মূৰ্খতা
- মহাত্মা – মহিমা
- মত্ত -মদ
- মূঢ় -মোহ
- শূৰ – শূৰত্ব
- শান্ত -শান্তি
- শ্যামল -শ্যামলতা
- শীত – শৈত্য়
- শঠ -শঠতা
- চালাক – চালাকি
- চতুৰ – চতুৰালি
- চঞ্চল – চঞ্চলতা
- ডাঙৰ – ডাঙৰি
- সাৰ্থক -সাৰ্থকতা
- সম – সাম্য
- সৰল -সৰলতা
- সফল – সফলতা
- সুন্দৰ – সৌন্দৰ্য
- সুৰভি – সৌৰভ
- স্বতন্ত্ৰ -স্বাতন্ত্ৰ্য
- সমৰ্থ – সামৰ্থ
- সদৃশ -সাদৃশ্য
- সুগন্ধ – সৌগন্ধ
- স্বাধীন -স্বাধীনতা
- সাময়িক – সময়
- সত – সততা
- সোৰোপা – সোৰোপালি
- দীপ্ত – দীপ্তি
- দুষ্ট -দুষ্টালি
- দীৰ্ঘ -দীৰ্ঘতা
- দীন – দীনতা
- দৰিদ্ৰ – দৰিদ্ৰতা
- দুৰ্ব্বল – দুৰ্বলতা
- বৈধ – বিধি
- বিচিত্ৰ – বিচিত্ৰতা
- বীৰ – বীৰ্য
- বিষম – বৈষম্য
- হিংস্ৰ – হিংস্ৰতা
- হ্ৰস্ব – হ্ৰাস্ব
Also Read: