---Advertisement---

গুৰুত্বপূৰ্ণ অসমীয়া প্ৰতিশব্দ তালিকা

By DAINIK SAKORI

Updated On:

---Advertisement---

 গুৰুত্বপূৰ্ণ অসমীয়া প্ৰতিশব্দ তালিকা

                                                                       

প্ৰতিশব্দ”ৰ অৰ্থ হৈছে সমান অৰ্থ থকা শব্দ। এটি শব্দৰ সৈতে আন এটি শব্দৰ অৰ্থ যদি একেই বা প্ৰায় একেই হয়, তেতিয়া সেই শব্দক প্ৰতিশব্দ বোলা হয়।

উদাহৰণ:

বুদ্ধিজ্ঞান (দুয়োটাই “বুদ্ধিমত্তা” বা “জ্ঞান” বুজায়)।

সূৰ্যদিনকৰ (দুয়োটাই “সূৰ্য” বুজায়)।

প্ৰতিশব্দৰ প্ৰয়োজনীয়তা:

প্ৰতিশব্দ ব্যৱহাৰ কৰিলে লিখনি বা কথোপকথনত একে শব্দ বারম্বাৰ ব্যৱহাৰ নহয়। ইয়াৰ ফলত ভাষা আৰু লেখনী অধিক আকর্ষণীয় আৰু সুন্দৰ দেখিবলৈ লাগে।

গুৰুত্বপূৰ্ণ অসমীয়া প্ৰতিশব্দ তালিকা

                                                                       প্রতিশব্দ

ঘৰ : গৃহ, ভরন, আবাস, আলয়, নিলয়।

চকু : অক্ষি, নয়ন, নেত্র, লোচন, চক্ষু, আঁখি।

চন্দ্র: জোন, জোনবাই, চন্দ্রমা, নিশাপতি, নিশাকৰ, সুধাকৰ, সুধাংশু, সিতাংশু, শশধৰ, শশাংক, শশী। 

জিভা: জিহ্বা, বসনা।

দিন : দিবা, দিৱস।

অগ্নি : অনল, জুই, বহ্নি, পারক, হুতাশন।

আকাশ: গগন, শূন্য, ব্যোম, অম্বৰ, নীলিমা।

ইচ্ছা : আকাঙক্ষা, অভিলাষ, অভিপ্রায়, কামনা, বাঞ্ছা, স্পৃহা, অনুৰাগ, বাসনা।

ঈশ্বৰ: ভগৱান, বিধি, বিধাতা, জগৎপতি, জগদীশ, ধাতা, ঈশ, পৰমেশ, প্রভু, পৰমেশ্বৰ ইত্যাদি।

ঐশ্বর্য: বিভূতি, বিভর, ধন, সম্পত্তি, বৈভর, সম্পদ, ইত্যাদি।

কপাল: ললাট, ভাল, ভাগ্য, প্রাক্তন।

নদী : নৈ, তটিনী, তৰংগিণী, প্রবাহিনী, সবিৎ, স্রোতস্বিনী, স্রোতরতী।

পদুম: পদ্ম, উৎপল, কমল, শতদল, শতপত্র, পংকজ, সবোজ, সৰসিজ, অববিন্দ, নলিন, নলিনী, নিৰজ।

পৃথিবী: ধৰা, ধৰিত্ৰী, বসুন্ধৰা, বসুমতী, বসুধা, ধৰণী, মহী, মেদিনী, ক্ষিতি, অরনী, ভূ।

বায়ু : বতাহ, অনিল, পরন, সমীৰ, সমীৰণ।

মেঘ : জলদ, জলধৰ, ডাৱৰ, অম্বুদ, নীবদ, বাবিদ।

বজা : মহীপাল, ক্ষিতিপাল, ভূপতি, মহীপতি, ক্ষিতীশ, ক্ষিতিপতি, নৰপাল, নবপতি, নবেশ্বৰ, নৃপতি, বাজন।

ৰাতি : নিশা, বজনী, যামিনী, ক্ষমা, ক্ষণদা, ত্রিযামা।

হাতী : হস্তী, কৰী, গজ, মাতংগ, দ্বিপ, দ্বিবদ, কুঞ্জব, ঐবাবত।

সূর্য : বেলি, দিবাকৰ, দিননাথ, ববি, ভানু, ভাস্কৰ, মার্কণ্ড, মিহিব, অবণ, তপন, আদিত্য, অংশুমালী, প্রভাকৰ, সবিতা, দিনকৰ, দিনবন্ধু।

Related Post

---Advertisement---

Leave a Comment