অসমীয়া বিপৰীত শব্দ || Antonyms in Assamese
বিপৰীত শব্দ (Biporit Śabda) মানে বিপৰীত অৰ্থ থকা শব্দ বা এটা শব্দৰ সম্পূৰ্ণ উলটো অৰ্থ থকা শব্দ। ইংৰাজীত ইয়াক Antonyms বুলি কোৱা হয়।
উদাহৰণস্বৰূপে:
- আনন্দ — বিষাদ
- আলোক — আন্ধাৰ
- উন্নতি — অৱনতি
- সত্য — মিথ্যা
- প্ৰেম — ঘৃণা
ইয়াত অসমীয়া বিপৰীত শব্দ বা বিপৰীতাৰ্থক শব্দৰ এখন তালিকা দিয়া হৈছে।
অসমীয়া বিপৰীত শব্দ |
বিপৰীতাৰ্থক শব্দৰ তালিকা (list of Antonyms)
- অণু – বৃহৎ
- আকর্ষণ – বিকর্ষণ
- অনুগ্রহ –নিগ্ৰহ
- আনন্দ – বিষাদ, নিবানন্দ
- অনুৰাগ – বিবাগ
- অনুকূল – প্ৰতিকূল
- আবির্ভাৰ – অন্তৰ্দ্ধান
- আদি –অন্ত, শেষ
- অলপ –বেছি
- আয় – ব্যয়
- অহংকাৰ – নিবহংকাৰ
- আস্থা – অনাস্থা
- অতিবৃষ্টি – অনাবৃষ্টি
- আস্তিক – নাস্তিক
- অমৃত – গৰল
- আদব –অনাদব
- অন্তৰ –বাহিৰ
- আগ –গুৰি, পাচ
- অসীম –সসীম
- আগমন –প্ৰত্যাগমন
- অভাৱ –উভৈনদী
- আচাৰ –অনাচাৰ
- অন্ধ – চাক্ষুষ, দৃষ্টিসম্পন্ন
- আপোন – পৰ
- আচল – নকল
- আশীৰ্বাদ – অভিশাপ
- আন্ধাৰ – পোহৰ
- আয়তী – বিধবা
- আকাশ – পাতাল
- আচামী – ফৰিয়াদী
- আদান – প্ৰদান
- আবস্ত – শেষ, সমাপ্ত
- আবাহন – বিসৰ্জন
- আশা – নিবাশা
- আধুনিক – প্ৰাচীন
- আবোহণ – অৱৰোহণ
- অধঃ – ঊর্ধ্ব
- অনুচিত – উচিত
- অসজ – সজ
- অৱনতি – উন্নতি
- ইষ্ট-অনিষ্ট
- ইহলোক-পৰলোক
- ইচ্ছা-অনিচ্ছা
- উক্ত – অনুক্ত
- উৰ্বৰ – অনুৰ্বৰ
- উত্তম-অধম
- উত্তমর্ণ – অধমর্ণ
- উত্তৰ – দক্ষিণ
- ঊর্ধ্ব – অধঃ
- উচিত – অনুচিত
- উৎকৃষ্ট – নিকৃষ্ট
- উচ্চ – নীচ
- উপকাৰ – অপকাৰ
- উপস্থিত – অনুপস্থিত
- উদাৰ – সংকীর্ণ
- উত্থান – পতন
- উদয় – অস্ত
- উপযুক্ত – অনুপযুক্ত
- ওপৰত – তলত
- ওখ – চাপৰ
- এতিয়া – তেতিয়া
- এন্দ্র – মন্থৰ
- কোমল – কঠিন
- কৃশ – স্থূল
- কৃতজ্ঞ – অকৃতজ্ঞ, কৃতঘ্ন
- খাদ্য – অখাদ্য
- খাল – বাম
- খোৱা – নোখোৱা
- গুৰু – শিষ্য
- গুরু – শিষ্য
- গুণ – দোষ
- গুণী – নির্গুণী
- গ্রহণ – বর্জন, প্রত্যাখ্যান
- গৰিষ্ঠ – লঘিষ্ঠ
- গৃহস্থী – সন্ন্যাসী
- গধুৰ – পাতল
- গভীৰ – তৰাং, অগভীৰ
- গহীন – চঞ্চল
- গোচৰীয়া – পদকীয়া
- ঘৰচীয়া – বনৰীয়া
- ধনী – দুখীয়া, দৰিদ্ৰ
- ধর্ম – অধর্ম
- নিকৃষ্ট – উৎকৃষ্ট
- নতুন – পুৰণি
- নির্দোষী – দোষী
- নির্মল – মলিন
- নিৰাপদ – বিপদজনক
- নিবাকাৰ – সাকাৰ
- নির্ভীক – ভীৰু
- ন্যায় – অন্যায়
- চহকী – দুখীয়া
- চল – অচল
- চৰম – নৰম
- চেতন – অচেতন, জড়
- চিনাকি – অচিনাকি
- জমা – খৰচ
- জয় – পৰাজয়
- জন্ম – মৃত্যু
- জাগৰণ – নিদ্রা
- জ্ঞানী – মূর্খ, অজ্ঞানী
- জীৱন – মৰণ
- জোখ – বিজোখ, অজোখ
- জংগম – অস্থিৰ
- জটিল – সৰল
- ডেকা – বুঢ়া
- ডাঠ – পাতল
- তপত – চেঁচা
- দয়ালু – নির্দয়, নিষ্ঠুৰ
- দাতা – কৃপণ
- দিন – ৰাতি
- দীঘল – চুটি
- দীর্ঘ – হ্রস্ব
- দেৱতা – অসুৰ
- দেশপ্রেমিক – দেশদ্রোহী
- দক্ষিণ – বাম
- বাজ – ভিতৰ
- বাদী – বিবাদী, প্রতিবাদী
- বিশ্বাসী – বিশ্বাসঘাতক
- বিদ্যা – অবিদ্যা
- বিধি – অবিধি, নিষেধ
- বিৰহ – মিলন
- বিখ্যাত – অখ্যাত, কুখ্যাত
- বিফলতা – সফলতা
- বিপদ – সম্পদ
- বিস্তৃত – সংক্ষিপ্ত
- বিনীত – উদ্ধত
- বিনয় – অহংকার
- বৈধ – অবৈধ
- বজা – প্রজা
- বগা – ক’লা
- বোগী – নিবোগী
- বহল – ঠেক
- বন্ধু – শত্রু
- বিপদ – সুবিধা
- পণ্ডিত – মূর্খ
- পৰিষ্কাৰ – লেতেৰা, অপৰিষ্কাৰ
- পৰিশ্ৰমী – এলেহুৰা, অপরিশ্রমী
- পবিত্র – অপবিত্র
- পৰিমিত – অপৰিমিত
- পাতল – ডাঠ, গধুৰ
- পুণ্য – পাপ
- প্রভু – ভৃত্য
- পুৱা – সন্ধ্যা, গধূলি
- পুরস্কাৰ – তিৰস্কাৰ
- প্রকৃত – কাল্পনিক, অপ্রকৃত
- প্ৰচুৰ – অল্প
- প্ৰৱেশ – প্ৰস্থান
- প্ৰত্যক্ষ – পৰোক্ষ
- প্ৰাচ্য – পাশ্চাত্য
- প্রশ্ন – উত্তৰ
- প্রকাশ – গোপন, অপ্রকাশ
- প্রাচীন – নবীন
- প্ৰেৰণা – নিরুৎসাহ
- প্রকাশ – গোপন
- পাতল – ঘন
- ভক্তি – ঘৃণা
- ভাল – বেয়া
- ভীক – নির্ভীক, সাহসী
- ভূত – ভবিষ্যত
- ভোতা – চোকা
- মান – অপমান
- মানুহ – দানৱ
- মিতব্যয়ী – অমিতব্যয়ী, অপব্যয়ী
- মিলন – বিয়হ
- মিত্ৰ – শত্রু
- মুখ্য – গৌণ
- মুক্ত – বন্ধ
- যশ – অপযশ
- যত্ন – আওকাণ, অযত্ন
- যোগ – বিয়োগ
- লঘু – গধুৰ
- লাভ – লোকচান, ক্ষতি
- শকত – ক্ষীণ
- শান্ত – অশান্ত
- শান্তি – অশান্তি
- শুক্ল – কৃষ্ণ
- শুদ্ধ – অশুদ্ধ, ভুল
- শুভ – অশুভ
- শব্দ – নীৰৱ
- সজীৱ – নিৰ্জীৱ
- সৃষ্টি – প্ৰলয়, ধ্বংস
- সোঁ – বাঁও
- সবল – দুৰ্বল
- সশ্ৰম – বিনাশ্ৰম
- সাধু – দুর্জন / অসাধু
- সঞ্চয় – অপচয়
- সমষ্টি – ব্যক্তি
- সপক্ষ – বিপক্ষ
- সম্মান – অপমান
- সুখ – দুখ
- সুস্থ – অসুস্থ
- স্বর্গ – মর্ত্য
- সুবিধা – অসুবিধা
- সংযোগ – বিয়োগ
- সন্ধি – বিগ্ৰহ
- সুন্দৰ – কুৎসিত
- সুশ্ৰী – কুশ্ৰী, বিশ্ৰী
- সহযোগী – প্ৰতিযোগী
- সুকৃতি – দুষ্কৃতি
- সধবা – বিধৱা
- সুখ্যাতি – অখ্যাতি
- সভ্য – অসভ্য
- সুগন্ধ – দুৰ্গন্ধ
- স্পষ্ট – অস্পষ্ট
- স্বাধীন – পৰাধীন
- সুচল – অচল
- সঁচা – মিছা
- সুযোগ – দুৰ্যোগ
- সদয় – নির্দয়
- সুলভ – দুর্লভ
- সুৰ – অসুৰ
- সুগম – দুর্গম
- স্থিৰ – অস্থিৰ
- হঁহা – কান্দা
- হৰণ – পূৰণ
- হর্ষ – বিষাদ
- হাঁহি – কান্দোন
- হ্রাস – বৃদ্ধি
- হিংসা – অহিংসা
- ক্ষমা – প্রতিশোধ
- ক্ষয় – বৃদ্ধি
বিপৰীত শব্দ (FAQ – Frequently Asked Questions)
- গৌৰৱ বিপৰীত শব্দ কি? — অপমান
- আলো বিপৰীত শব্দ কি? — আন্ধাৰ
- সত্য বিপৰীত শব্দ কি? — মিথ্যা
- সফলতা বিপৰীত শব্দ কি? — বিফলতা
- প্ৰেম বিপৰীত শব্দ কি? — ঘৃণা
- উন্নতি বিপৰীত শব্দ কি? — অৱনতি
- সুখ বিপৰীত শব্দ কি? — দুখ
- আনন্দ বিপৰীত শব্দ কি? — বিষাদ
- বিশ্বাস বিপৰীত শব্দ কি? — সন্দেহ
- সৎ বিপৰীত শব্দ কি? — অসৎ
- আশা বিপৰীত শব্দ কি? — নিৰাশা
- সাহস বিপৰীত শব্দ কি? — ভয়
- উচ্চ বিপৰীত শব্দ কি? — নিম্ন
- সৰু বিপৰীত শব্দ কি? — ডাঙৰ
- সদয় বিপৰীত শব্দ কি? — নিৰ্দয়
- স্বাধীনতা বিপৰীত শব্দ কি? — পৰাধীনতা
- জ্ঞানী বিপৰীত শব্দ কি? — মূর্খ
- অসীম বিপৰীত শব্দ কি? — সসীম
- উদয় বিপৰীত শব্দ কি? — অৱসান
- ধনী বিপৰীত শব্দ কি? — দৰিদ্ৰ
- প্ৰভু বিপৰীত শব্দ কি? — ভৃত্য
- বিদ্যা বিপৰীত শব্দ কি? — অজ্ঞতা
- পুণ্য বিপৰীত শব্দ কি? — পাপ
- বিপদ বিপৰীত শব্দ কি? — সুবিধা
- অস্থায়ী বিপৰীত শব্দ কি? — স্থায়ী
- সুন্দৰ বিপৰীত শব্দ কি? — কুৎসিত
- শান্তি বিপৰীত শব্দ কি? — অশান্তি
- সফল বিপৰীত শব্দ কি? — বিফল
- সত্যতা বিপৰীত শব্দ কি? — অসত্যতা
- প্ৰসন্ন বিপৰীত শব্দ কি? — অপ্ৰসন্ন
RELATED POST:
এটা শব্দত প্ৰকাশ কৰা | Ata Hobdot Prokakh Kora
অসমীয়া জতুৱা ঠাঁচ | JATUA THAS IN ASSAMESE
বিশেষ্য বিশেষণৰ পৰিৱৰ্তন | বিশেষণৰ পৰা বিশেষ্য় | পদ পৰিবৰ্তন কৰা